২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত মুকলি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছিক অভিনন্দন জনাইছে। ‘তেওঁৰ দৃঢ়তা লক্ষণীয়। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত শক্তিশালীভাৱে সমাপ্ত কৰি মহিলা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন জনাইছে। ‘খেলৰ প্ৰতি তেওঁৰ উৎসৰ্গা প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।