গ্ৰেণ্ডমাষ্টাৰ দিব্যা দেশমুখক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

July 29th, 06:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাৰ লগতে গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবেও অভিনন্দন জনাইছে। তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনায়

July 28th, 06:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনাইছে। “কোনেৰু হাম্পীয়েও সমগ্ৰ প্ৰতিযোগিতাখনিত অসীম দক্ষতা প্ৰদৰ্শন কৰিছে। দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনাইছোঁ”, শ্ৰী মোদীয়ে এইদৰে কয়।