উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 29th, 11:35 am
সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 20th, 01:05 pm
ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।অক্ষয় তৃতীয়া উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 19th, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়াৰ শুভক্ষণত দেশৰ নাগৰিকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।হিমাচল দিৱসৰ উপলক্ষে হিমাচল প্ৰদেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 15th, 08:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উৎসৱৰ সময়ত কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে
April 15th, 07:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও উৎসৱ পালন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে আনন্দ আৰু উৎসাহেৰে ভৰা এনে অনুষ্ঠানত সমগ্ৰ দেশক পোষণ কৰা কঠোৰ পৰিশ্ৰমী কৃষক ভাই-ভনীসকলৰ প্ৰতি দেশবাসী সদায় কৃতজ্ঞ হৈ আহিছে।Prime Minister extends best wishes on Poila Boishakh
April 15th, 07:56 am
The Prime Minister, Shri Narendra Modi today extended his best wishes on the occasion of Poila Boishakh.ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 15th, 07:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙালী বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।পবিত্ৰ বিশু উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 15th, 07:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশুৰ পবিত্ৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।মহাবিষুৱা পানা সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 14th, 09:23 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিষুৱা পানা সংক্ৰান্তি উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।পুথাণ্ডু উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিলে
April 14th, 09:21 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পুথাণ্ডু উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।বৈশাখী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
April 14th, 09:17 am
আজি বৈশাখী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জনায়।Congress delayed women’s reservation for decades: PM Modi in Dibrugarh, Assam
April 06th, 11:30 am
In his address at a public meeting in Dibrugarh, Assam, PM Modi sharply criticised Congress, accusing it of treating land as an “ATM” for vested interests. He highlighted how BJP-NDA is working to provide land rights to farmers, tribal communities and tea garden families. He also reiterated the government’s commitment to implementing 33% reservation for women through the Nari Shakti Vandan Act.The “Naamdaar” of the Congress royal family will complete a century of defeats: PM Modi in Barpeta, Assam
April 06th, 11:10 am
Prime Minister Narendra Modi addressed a massive public meeting in Barpeta, as election campaigning in Assam gathered strong momentum. Addressing an enthusiastic crowd, PM Modi highlighted the vision of a self-reliant and Viksit Assam, while underscoring the NDA government’s commitment to peace, prosperity and inclusive growth.PM Modi addresses massive public meetings in Barpeta, Hojai and Dibrugarh
April 06th, 11:00 am
PM Modi addressed massive public meetings in Barpeta, Hojai and Dibrugarh, as election campaigning in Assam gathered strong momentum. Addressing enthusiastic crowds, PM Modi highlighted the vision of a self-reliant and Viksit Assam. He launched a strong attack on Congress, accusing it of promoting family-first politics, corruption, and false promises. He also spoke about expanding welfare initiatives along with ensuring reservation for women through the Nari Shakti Vandan Act.গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 29th, 10:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উজ্জীৱিত উৎসৱে আমাৰ গৌৰৱময় সংস্কৃতিৰ উজ্জ্বলতা আৰু গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উৎসৱে বিভিন্ন পৰম্পৰাক একত্ৰিত কৰে, যি 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ প্ৰকৃত ভাবনা প্ৰতিফলিত কৰে। মই সকলোকে এই মেলালৈ আমন্ত্ৰণ জনাইছো।প্ৰধানমন্ত্ৰীৰ মা সিদ্ধিদাত্ৰীৰ আশীৰ্বাদ বিচাৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 27th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা সিদ্ধিদাত্ৰীৰ আশীৰ্বাদ বিচাৰি তেওঁৰ সকলো ভক্তক নিজ নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা কৰে।ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 26th, 12:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে ত্যাগ, তপস্যা আৰু আত্মসংযমৰ দ্বাৰা চিহ্নিত মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামৰ জীৱনে মানুহক সামৰ্থ্য আৰু সংকল্পৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে।মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
March 26th, 08:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু তেওঁৰ পৱিত্ৰ চৰণত প্ৰণিপাত জনাইছে। তেওঁৰ ঐশ্বৰিক প্ৰভাৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক বুলি তেওঁ প্ৰাৰ্থনা কৰে ।মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 25th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি সকলোৰে জীৱন মাৰ সাহস, সংকল্প আৰু সফলতাৰে সমৃদ্ধ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে।