শ্ৰী ফৌজা সিঙৰ মৃত্যুত শোক প্ৰধানমন্ত্ৰীৰ

July 15th, 11:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ফৌজা সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰে, যাৰ অসাধাৰণ ব্যক্তিত্ব আৰু অটল মতাদৰ্শই তেওঁক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰেৰণাৰ উৎস কৰি তুলিছিল। তেওঁক অবিশ্বাস্য দৃঢ়তাৰ এজন ব্যতিক্ৰমী খেলুৱৈ হিচাপে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।