Prime Minister Narendra Modi to inaugurate Samrat Samprati Museum and Kaynes Semicon Plant in Gujarat
March 30th, 11:05 am
PM Modi will visit Gujarat on 31st March 2026. He will inaugurate the Samrat Samprati Museum in Gandhinagar, showcasing the rich historical, cultural and spiritual legacy of Jainism. In a major step under the India Semiconductor Mission (ISM), the PM will inaugurate the Kaynes Semicon Plant at Sanand, Ahmedabad and will also visit Vav-Tharad to launch multiple development projects worth more than ₹20,000 crore.আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
February 19th, 05:45 pm
আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে ১৮-১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত এ আই ইমপেক্ট সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আজি (১৯ ফেব্ৰুৱাৰী, ২০২৬ত) ভাৰত ভ্ৰমণলৈ আহিছে।২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণৰ পিছত এয়া তেওঁৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণ।১৩ ফেব্ৰুৱাৰীত সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 12th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ১.৩০ বজাত ভৱন চৌহদ সেৱা তীৰ্থ নামকৰণেৰে উন্মোচন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত সেৱা তীৰ্থত এটা ৰাজহুৱা কাৰ্যসূচীত ভাষণ দিব।প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।২৪ জানুৱাৰীত ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 23rd, 05:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জানুৱাৰী, ২০২৬ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ মাজত ৬১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষ্যে আয়োজিত সভাতো ভাষণ আগবঢ়াব। নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। এতিয়ালৈকে দেশজুৰি আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ১৮ সংখ্যক ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৫টা স্থানত আয়োজন কৰা হৈছে। ভাৰতৰ সকলো প্ৰান্তৰ পৰা নতুনকৈ নিযুক্তি লাভৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় তথা বিভাগত যোগদান কৰিব।ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা
August 29th, 08:12 pm
আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।Mahayuti in Maharashtra, BJP-NDA in the Centre, this means double-engine government in Maharashtra: PM Modi in Chimur
November 12th, 01:01 pm
Campaigning in Maharashtra has gained momentum, with PM Modi addressing a public meeting in Chimur. Congratulating Maharashtra BJP on releasing an excellent Sankalp Patra, PM Modi said, “This manifesto includes a series of commitments for the welfare of our sisters, for farmers, for the youth, and for the development of Maharashtra. This Sankalp Patra will serve as a guarantee for Maharashtra's development over the next 5 years.Prime Minister Narendra Modi to distribute over 51,000 appointment letters under Rozgar Mela
October 28th, 01:05 pm
PM Modi will distribute over 51,000 appointment letters to youth on October 29, 2024. As part of his commitment to job creation, this Rozgar Mela offers recruits opportunities to serve in various ministries. New appointees will also begin foundational training through ‘Karmayogi Prarambh’ on the iGOT Karmayogi portal, enhancing their skills to contribute to a Viksit Bharat.মহাৰাষ্ট্ৰৰ থানেত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু লোকাৰ্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 05th, 04:35 pm
মহাৰাষ্ট্ৰৰ দেৱী শক্তি, সাডেতিন শক্তিপীঠ, তুলজাপুৰচীৰ আই ভৱানী, কোলহাপুৰৰ মহালক্ষ্মী দেৱী, মাহুৰগড়ৰ আই ৰেনুকা, আৰু ৱানিচিৰ সপ্তশ্রুংগী দেৱী, মই কোটি কোটি বন্দন কৰোঁ (महाराष्ट्राच्या देवीशक्तीचे, साडेतीन शक्तीपीठ, तुलजापूरची आई भवानी, कोल्हापूरची महालक्ष्मी देवी, माहुरगडची आई रेणुका, आणि वणीची, सप्तश्रृंगी देवी, यान्ना कोटी कोटी वंदन करतो।)। মই থানেৰ ভূমিত শ্ৰী কোপিনেশ্বৰৰ চৰণত প্ৰণাম জনাইছোঁ। মই লগতে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু বাবা চাহেব আম্বেদকাৰকো প্ৰণাম জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 05th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু অঞ্চলটোত নগৰীয়া গতিশীলতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।Our government is dedicated to tribal welfare in Chhattisgarh: PM Modi in Surguja
April 24th, 10:47 pm
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi was accorded a splendid welcome by the people of Surguja as he addressed a public rally in Chhattisgarh. He thanked Ambikapur for showering blessings on him, with voices reiterating, 'Fir ek Baar Modi Sarkar.'Surguja's splendid welcome for PM Modi as he addresses a rally in Chhattisgarh
April 24th, 10:49 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi was accorded a splendid welcome by the people of Surguja as he addressed a public rally in Chhattisgarh. He thanked Ambikapur for showering blessings on him, with voices reiterating, 'Fir ek Baar Modi Sarkar.'‘ৰোজগাৰ মেলা’ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ১২ ফেব্ৰুৱাৰীত চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তি প্ৰাপকসকলক ১ লাখতকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব
February 11th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুনকৈ নিযুক্তি লাভ কৰা ১ লাখতকৈয়ো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব।