বৰ্ধিত কল্যাণ আঁচনিসমূহে প্ৰাক্তন-সেনাৰ জীৱনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিবঃ প্ৰধানমন্ত্ৰী
August 11th, 08:52 pm
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে জনাইছে যে প্ৰাক্তন-সেনাৰ কল্যাণৰ অৰ্থে সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু ইজ অৱ লিভিং নীতি অনুসৰণেৰে প্ৰাক্তন-সেনাৰ কল্যাণ আঁচনিৰ অধীনত ধনৰাশি বৃদ্ধি কৰা হৈছে।