Prime Minister expresses grief over loss of lives due to building collapse in Thane

July 31st, 01:08 pm

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the collapse of a building in Thane, Maharashtra.

ছিকিমৰ নামচিত সুৰংগ ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

July 21st, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ নামচিত নিৰ্মাণাৰত সুৰংগ এটা ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আশু আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।

গুজৰাটৰ আহমেদাবাদত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

July 18th, 07:13 pm

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে।

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

July 13th, 09:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও বুৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

কলকাতাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

June 25th, 11:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

লক্ষ্ণৌৰ অগ্নিকাণ্ডত প্ৰাণহানিৰ হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 22nd, 06:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সুত্ৰপাত হোৱা এক অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

মহাৰাষ্ট্ৰৰ চোলাপুৰ গ্ৰাম্য অঞ্চলত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

June 14th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চোলাপুৰ গ্ৰাম্য অঞ্চলত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 08th, 07:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ অতি সোনকালে আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনায়। তেওঁ উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 06th, 06:22 pm

পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

দিল্লীৰ মালৱীয় নগৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

June 03rd, 01:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মালৱীয় নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত হোৱা প্ৰাণহানিক দুখজনক বুলি অভিহিত কৰে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাত প্ৰভাৱিত লোকসকলক কৰ্তৃপক্ষই সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।

কৰ্ণাটকৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

May 24th, 06:51 pm

কৰ্ণাটকৰ কাৰৱাৰ জিলাত আজি সংঘটিত এটা মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 18th, 01:45 pm

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিত শোক প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।

দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

May 03rd, 07:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

মধ্যপ্ৰদেশৰ জবলপুৰত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

May 01st, 12:59 pm

মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Prime Minister Narendra Modi condoles the loss of lives in an accident in Dhar Madhya Pradesh

April 29th, 11:25 pm

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives in an accident in Dhar, Madhya Pradesh.

Prime Minister condoles the loss of lives due to the wall collapse in Bengaluru, Karnataka

April 29th, 11:22 pm

Prime Minister Shri Narendra Modi has expressed deep grief over the unfortunate mishap due to the collapse of a wall in Bengaluru, Karnataka.

উত্তৰাখণ্ডৰ তেহৰী গড়ৱালত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 23rd, 07:24 pm

উত্তৰাখণ্ডৰ তেহৰী গড়ৱাল জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

April 23rd, 02:34 pm

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।

উধমপুৰৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

April 20th, 01:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 16th, 09:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।