ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:04 am
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।জি 7 সন্মিলনৰ সমান্তৰালভাৱে ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 06:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইভিয়ানত জি7 সন্মিলনৰ সমান্তৰালভাৱে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ শ্ৰীযুত এন্টোনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ সভাপতি উৰছুলা ভন ডেৰ লিয়েনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।ফ্ৰান্সৰ ইভিয়ানত জি-৭ত ''নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ'' বিষয়ক অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
June 16th, 10:12 pm
প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ বিশ্বাস আছে।ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” বিষয়ক অধিৱেশনত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ‘“নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক অধিৱেশনত ভাষণ দিয়ে।ফ্ৰান্সত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী
June 13th, 11:19 pm
ফ্ৰান্সৰ নাইচত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণৰ প্ৰথম পৰ্যায়টো আৰম্ভ কৰাৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্কক প্ৰতিফলিত কৰি উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আৰু বিশেষভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ গভীৰতা আৰু বিভিন্ন খণ্ডত সহযোগিতা আগবঢ়াই নিয়াৰ উমৈহতীয়া দায়বদ্ধতাক আলোকপাত কৰিছে।