বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি
September 03rd, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
September 03rd, 01:00 pm
বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদপ্ৰতিভাৰ বিকাশৰ বাবে সঠিক পৰিৱেশ, নিৰ্দেশনা আৰু প্ৰতিপালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 03rd, 09:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰতিভাৰ বিকাশৰ বাবে সঠিক পৰিৱেশ, নিৰ্দেশনা আৰু প্ৰতিপালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।চৰকাৰী ভ্ৰমণৰ সময়ত উজবেকিস্তানত আনুষ্ঠানিক আলোচনাত মিলিত হ'ল প্ৰধানমন্ত্ৰী
August 30th, 05:46 pm
উজবেকিস্তানলৈ কৰা চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিমহামহিম শাভকট মিৰ্জিঅ’য়েভৰ সৈতে আলোচনাত মিলিত হয় ।ফলাফলৰ তালিকা: উজবেকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ
August 30th, 04:48 pm
প্ৰধানমন্ত্ৰী মোদীৰ উজবেকিস্তানলৈ চৰকাৰী ভ্ৰমণৰ সময়ত সংস্কৃতি, পৰম্পৰাগত চিকিৎসা, ভূতত্ত্ব আৰু খনিজ সম্পদ, পৰ্যটন, অৰ্থনীতি, পৰিৱেশ আৰু শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত বুজাবুজিৰ চুক্তি (এমঅ’ইউ) স্বাক্ষৰিত হয়। ভাৰত-উজবেকিস্তান কৌশলগত অংশীদাৰিত্বক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বাবেও এক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।বিশ্ব হস্তী দিৱসত ভাৰতৰ শক্তিশালী সংৰক্ষণ প্ৰচেষ্টাৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
August 12th, 01:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিশ্ব হস্তী দিৱসত আমি ৰাজকীয় হাতীৰ অস্তিত্ব উদযাপন কৰো, যি ভাৰতৰ পৰিবেশগত ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে ভাৰত হৈছে বিশ্বৰ ৬০ শতাংশতকৈও অধিক বন্য এছীয় হাতীৰ বাসস্থান।মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 01st, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।Cabinet approves Pradhan Mantri Surya Sarovar Yojana (PM-SSY) with a total outlay of Rs.5,070 crore
July 31st, 04:11 pm
The Union Cabinet, chaired by PM Modi, has approved the ₹5,070 crore Pradhan Mantri Surya Sarovar Yojana to develop 5,000 MW of floating solar projects with energy storage. The scheme will boost clean energy, strengthen the grid and create new employment opportunities.Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29th, 09:58 am
The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 28th, 07:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মানৱ জাতিৰ কল্যাণ প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ প্ৰতি সন্মানৰ ওপৰত নিহিত। তেওঁ উল্লেখ কৰে যে ভাৰতৰ কালজয়ী পৰম্পৰাই আমাক এই সঠিক জীৱনশৈলী বৰ্তাই ৰাখিবলৈ আৰু প্ৰকৃতিৰ সৈতে সম্প্রীতিৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে।‘মন কী বাত’ত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
July 26th, 11:30 am
Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.Cabinet approves scheme of Chemical Parks “Bharat Audyogik Vikas Yojana Rasayan (BHAVYA Rasayan)
July 24th, 04:12 pm
The Union Cabinet, chaired by PM Modi, has approved the BHAVYA - Rasayan Scheme for establishing three dedicated Chemical Parks at a cost of ₹3,030 crore. The scheme, which will run for five years from FY 2026-27 to FY 2030-31, will lead to a cascading effect through enhanced development of downstream sectors of the economy, thereby generating higher employment and promoting greater economic growth, helping achieve the goal of Viksit Bharat @ 2047.ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:50 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।সকলো জীৱৰ কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় সন্দৰ্ভত ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
June 08th, 08:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি সকলো জীৱৰ কল্যাণ সাধন কৰাটোৱেই হৈছে আমাৰ সংস্কৃতিৰ মূল চেতনা।গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
June 05th, 04:30 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।সমগ্ৰ ভাৰততে উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
May 27th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা উষ্ণতাৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য সকলো সাৱধানতা অৱলম্বন কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।উদ্যোগৰ বাবে ইউৰোপীয় ৰাউণ্ড টেবুলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
May 17th, 11:43 pm
আজিৰ কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই উৰছুলা জীৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে ছুইডেন আৰু ইউৰোপৰ ঔদ্যোগিক কেন্দ্ৰস্থল গোথেনবাৰ্গ ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।