মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
September 08th, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ
August 31st, 09:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ মাজতে বিচকেকত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামান্য ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। এয়া আছিল এই বছৰৰ তেওঁলোকৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই ২০২৫চনৰ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক বাৰ্ষিক সন্মিলনত মিলিত হৈছিল।উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য
August 29th, 08:45 am
ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে মই এক চৰকাৰী ভ্ৰমণসূচীৰে ২৯-৩০ আগষ্টত তাছখণ্ড ভ্ৰমণ কৰিম। শেহতীয়া বছৰসমূহত ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্বই বিশেষ গতি লাভ কৰিছে।অৰ্থনৈতিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 21st, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।১২ বছৰীয়া পৰিৱৰ্তনঃ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
August 15th, 01:18 pm
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত সংঘটিত ভাৰতৰ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি উৎপাদন, ডিজিটেল আন্তঃগাঁথনি, মৌলিক সুবিধা, শক্তি সুৰক্ষা, যুৱ সবলীকৰণ, উদ্ভাৱন, সামাজিক সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহত হোৱা অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা টেলিফোন কল লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।Cabinet approves 'Samudra Manthan' (National Offshore Exploration Scheme) with an outlay of Rs.84,084 crore
July 31st, 04:17 pm
The Union Cabinet chaired by PM Modi has approved 'Samudra Manthan' – the National Offshore Exploration Scheme with an approved outlay of Rs.84,084 crore for implementation up to FY 2030-31. The Scheme is expected to stimulate significant investments across the exploration and production value chain, creating long-term opportunities for industry, innovation and economic growth.Cabinet approves Pradhan Mantri Surya Sarovar Yojana (PM-SSY) with a total outlay of Rs.5,070 crore
July 31st, 04:11 pm
The Union Cabinet, chaired by PM Modi, has approved the ₹5,070 crore Pradhan Mantri Surya Sarovar Yojana to develop 5,000 MW of floating solar projects with energy storage. The scheme will boost clean energy, strengthen the grid and create new employment opportunities.ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয় উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
July 28th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৭, লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসভৱনত ভাৰত চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ বিত্ত আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ তথা প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰে। এই বৈঠকত বিকশিত ভাৰতৰ লক্ষ্যৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ
July 09th, 12:34 pm
২০০৯ চনৰ সুৰক্ষা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰখন নৱীকৰণ কৰে। ই সশস্ত্ৰ বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা, ক্ষমতা বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ প্ৰশমন আৰু সাহায্য তথা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলন, আছিয়ান, পেচিফিক আইলেণ্ড ফ’ৰাম আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনত একত্ৰিত দৃষ্টিভংগীক সহযোগিতাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে।India-Australia Joint Statement on Energy Security
July 09th, 11:02 am
The India-Australia Joint Statement on Energy Security noted the two countries' deep concern over the situation in the Middle East. They shared their commitment to working together to strengthen energy supply chain resilience, including by deepening regional cooperation, accelerating the energy transition, promoting the uptake of renewable energy resources and upholding open trade arrangements for energy and liquid fuels.Third India-Australia Annual Summit Joint Statement
July 09th, 10:58 am
At the invitation of Australian PM Anthony Albanese, PM Modi visited Australia from 8-10 July 2026 for the Third Australia-India Annual Summit in Melbourne. The two leaders reaffirmed their shared commitment to further consolidate and expand the India-Australia Comprehensive Strategic Partnership (CSP) and explore new areas of cooperation for the peace, prosperity and stability of the shared region.