
ইলেক্ট্ৰনিক্স যোগান শৃংখলাত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে ইলেক্ট্ৰনিক্স উপাদান নিৰ্মাণ আঁচনিলৈ অনুমোদন জনাইছে কেবিনেটে
March 28th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ইলেক্ট্ৰনিক্স যোগান শৃংখলাত ভাৰতক আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিবলৈ ২২,৯১৯ কোটি টকাৰ পুঁজিৰে ইলেক্ট্ৰনিক্স উপাদান নিৰ্মাণ আঁচনিলৈ অনুমোদন জনায়।