ইলাবেন ভাটৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
November 02nd, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত শিক্ষাবিদ তথা সমাজকৰ্মী শ্ৰীমতী ইলাবেন ভাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে যুৱসকলৰ মাজত মহিলা সৱলীকৰণ, সমাজ সেৱা আৰু শিক্ষাৰ প্ৰচাৰৰ দিশত কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে।