ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
March 21st, 04:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ড° মাছুদ পেজেছকিয়ানৰ সৈতে আজি আঞ্চলিক উন্নয়নৰ বিষয়ত আলোচনা কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ দৃঢ়তা প্ৰকাশ কৰে।বাহৰেইনৰ ৰজাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 20th, 07:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ ঈদৰ শুভেচ্ছা প্ৰদান কৰাৰ লগতে আঞ্চলিক নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে।কাটাৰৰ আমিৰৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 19th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ মহামহিম শ্বেইখ তামিম বিন হামাদ আল থানীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে আঞ্চলিক নিৰাপত্তাৰ বিষয়ত আলোচনা কৰে।ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
March 19th, 04:39 pm
প্ৰধানমন্ত্ৰীয়ে ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ কৰি উৎসৱৰ শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
March 18th, 06:20 pm
প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ চাবাহ আল খালেদ আল হামাদ আল মুবাৰক আল ছাবাহৰ সৈতে কথা পাতি উৎসৱৰ শুভেচ্ছা বিনিময় কৰে আৰু আঞ্চলিক নিৰাপত্তাৰ পৰিস্থিতি পৰ্যালোচনা কৰে।ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
March 17th, 10:42 pm
প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিয়ে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰে, যাৰ ফলত অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণহানি হৈছে। প্ৰধানমন্ত্ৰী আৰু ইউএইৰ ৰাষ্ট্ৰপতিয়ে হৰমুজ প্ৰণালীৰ জৰিয়তে নিৰাপদ আৰু মুক্ত জাহাজ পৰিবহণৰ গুৰুত্বৰ বিষয়ে সহমত প্ৰকাশ কৰে। শ্ৰী মোদীয়ে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে প্ৰতিষ্ঠাৰ বাবে দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি গুৰুত্ব আৰোপ কৰে।মিলাদ-উন-নবী উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 05th, 08:31 am
মিলাদ-উন-নবী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। এই পবিত্ৰ দিনটোৱে আমাৰ সমাজলৈ শান্তি আৰু মংগল কঢ়িয়াই আনক। দয়া, সেৱা তথা ন্যায়ৰ মূল্যবোধে আমাক সদায় পথ প্ৰদৰ্শন কৰক, শ্ৰী মোদীয়ে কয়।মিলাদ-উন-নবী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে
September 16th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক মিলাদ-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।মিলাদ-উন-নবী উপলক্ষে দেশবাসীকে শুভেচ্ছা প্রধানমন্ত্রী
October 30th, 11:41 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মিলাদ-উন-নবী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।২৫.১০.২০২০ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত ২.০’ৰ ১৭তম খণ্ডত প্ৰধানমন্ত্ৰী প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 25th, 11:00 am
বন্ধুসকল, যেতিয়া আমি উৎসৱ আৰু উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে কথা কও তেতিয়া বজাৰলৈ কেতিয়া যাম, কি কিনিম, এইবোৰ কথাই প্ৰথমে চিন্তা কৰো৷ বিশেষকৈ শিশুসকল এই বিষয়ত অধিক উৎসাহী হৈ থাকে৷ উৎসৱৰ বতৰত তেওঁলোকে কি কি উপহাৰ লাভ কৰিব সেই বিষয়ে তেওঁলোক উৎসুক হৈ থাকে৷ উৎসৱৰ আনন্দ আৰু বজাৰৰ জাকজমকৰ মাজত আন্তঃসম্বন্ধ আছে৷ কিন্তু এইবাৰ যেতিয়াই আপোনালোকে বজাৰলৈ যাব তেতিয়াই আমাৰ ‘ভকেল ফ’ৰ লোকেল’ৰ বিষয়ে মনত ৰাখিব৷ বজাৰৰ পৰা বস্তু ক্ৰয় কৰোতে আমি স্থানীয় সামগ্ৰীক প্ৰাধান্য দিব লাগিব৷ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
October 20th, 05:40 pm
ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখনত জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত আমি সকলো ভাৰতবাসীয়ে সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিছো৷ সময়ৰ সৈতে আৰ্থিক গতিবিধিও ধীৰে ধীৰে দ্ৰুত হৈছে৷ আমাৰ অধিকাংশ লোকে নিজৰ দায়িত্ব পালনৰ বাবে, পুনৰ জীৱনক গতি প্ৰদান কৰাৰ বাবে নিতৌ ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হৈছে৷ উৎসৱৰ এই বতৰত বজাৰতো খদম-দম বৃদ্ধি পাইছে৷ কিন্তু আমি এয়া পাহৰিব নালাগিব যে লকডাউন নাথাকিলেও ভাইৰাছ কিন্তু যোৱা নাই৷ বিগত ৭-৮ মাহত প্ৰত্যেক ভাৰতীয়ৰ প্ৰয়াসৰ দ্বাৰা ভাৰত আজি যি পৰিস্থিতিত আছে সেই পৰিস্থিতিক নষ্ট হ’বলৈ দিব নালাগিব আৰু ইয়াক অধিক উন্নত কৰিব লাগিব৷দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্রীৰ বিশেষ ভাষ
October 20th, 05:34 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷প্ৰধানমন্ত্ৰী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ
August 03rd, 07:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি ড০ আশ্ৰফ ঘানিয়ে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ইজনে সিজনক ঈদ-ঊল-আধাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ঈদ-উল-জুহা উপলক্ষে ৰাষ্ট্ৰবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
August 01st, 10:10 am
ঈদ-উল-জুহা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।দেশবাসীক মিলাড-উন-নবীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
November 10th, 12:18 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক মিলাড-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়,” মিলাড-উন-নবীৰ শুভেচ্ছা জ্ঞাপন কৰিলো৷ ধৰ্মযাজক মহম্মদৰ চিন্তাধাৰাৰদ্বাৰা অনুপ্ৰাণিত হৈ এই দিনটোৱে সমাজত শান্তি-সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিব৷ আশা কৰো চৌদিশে শান্তি বিৰাজ কৰক৷”ঈদ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা
August 12th, 09:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-অধা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ “ঈদ-অল-অধা উপলক্ষে মই সকলোকে শুভকামনা জনাইছো৷ আশা কৰিছো এই উৎসৱে আমাৰ সমাজত সুখ-শান্তি বৃদ্ধি কৰিব৷ ঈদ মুবাৰক!”—প্ৰধানমন্ত্ৰীয়ে কয়৷মিলাড-ঊন-নবী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
November 21st, 08:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাড–ঊন–নবীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ শুভেচ্ছা জনাইছে৷জনসাধাৰণক ঈদৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
June 16th, 10:10 am
ঈদ উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।Plastic pollution adversely impacts nature, wildlife and our health: PM Modi during Mann Ki Baat
May 27th, 11:30 am
During Mann Ki Baat, PM Narendra Modi touched upon various issues. From congratulating the crew of Navika Sagar Parikrama to appreciating the efforts of those who scaled the Mt. Everest, from fit India to vitality of sports. He spoke about the World Environment Day, which India would host this year, Yoga and first war of independence.Terrorism is the biggest threat to humanity: PM Narendra Modi during Mann Ki Baat
November 26th, 11:30 am
PM Narendra Modi during his ‘Mann Ki Baat’ termed terrorism as the biggest threat to humanity and urged the countries around the world to unite and fight against the menace. The PM spoke about Constitution and recalled the invaluable contribution of its makers. Shri Modi also highlighted the courage and valour of our Armed Forces and Navy in light of Navy Day and Armed Forces Flag Day.