Prime Minister Narendra Modi receives a telephone call from the Chancellor of Germany
September 10th, 06:24 pm
Prime Minister Shri Narendra Modi received a telephone call today from the Chancellor of the Federal Republic of Germany, H.E. Friedrich Merz.মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
September 08th, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।গুজৰাটৰ বদোদৰাত ‘বিকশিত ভাৰতৰ বাবে নমো’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ বদোদৰাত ৩৫০০০ কোটিতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
September 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 05th, 10:00 am
কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰ তিনিটা বিভাগৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে হৈছে ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ ভিতৰত আছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ ৪৮ গৰাকী শিক্ষক, উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টি সদস্য, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৩ গৰাকী দক্ষতা প্ৰশিক্ষক।৫ ছেপ্টেম্বৰত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 04th, 05:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ছেপ্টেম্বৰত সন্ধিয়া ৭ বজাত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ (এছআৰচিচি) ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
August 31st, 03:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নিকোল পাচিনিয়ানে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে কিৰগিজ গণৰাজ্যৰ বিচকেকত সাক্ষাৎ কৰে। চলিত বৰ্ষৰ জুন মাহত আৰ্মেনিয়াৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাচিনিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এইয়া হৈছে প্ৰথমখন বৈঠক ।জন্মদিনত মহাত্মা আয়াংকলীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
August 28th, 01:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা আয়াংকলীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মহাত্মা আয়াংকলীক সামাজিক ন্যায়ৰ এগৰাকী মহান পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰে, যিয়ে নিজৰ জীৱন প্রান্তীয় লোকসকলৰ সবলীকৰণ আৰু কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে প্রান্তীয় লোকসকলৰ বাবে শিক্ষাৰ সুবিধা সুৰক্ষিত কৰা, কৃষি শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰা আৰু দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।শ্ৰী নাৰায়ণ গুৰুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
August 28th, 01:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী নাৰায়ণ গুৰুৰ প্ৰতি জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰী নাৰায়ণ গুৰুক এগৰাকী মহান সমাজ সংস্কাৰক, আধ্যাত্মিক নেতা আৰু চিন্তাবিদ হিচাপে বৰ্ণনা কৰে, যিয়ে মৰ্যাদা আৰু সহানুভূতিৰে ভৰা এখন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণ
August 27th, 05:14 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ ৰ যুটীয়া উন্নয়নমূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পৰৱৰ্তী সময়ত, কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি সদিৰ ঝাপাৰোভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক 'এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেকলৈ যাত্ৰা কৰিব। তেওঁ ষষ্ঠ 'ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।৫৩সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
August 25th, 09:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সেৱা তীৰ্থ’ত প্ৰ’এক্টিভ গভৰ্ণেন্স এণ্ড টাইমলী ইমপ্লিমেণ্টেচন (PRAGATI)ৰ ৫৩ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰে।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 08th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিলৰ সাত বছৰ পূৰ্তি উপলক্ষ্যে ইয়াৰ গুৰুত্বৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 05th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫ আগষ্ট, ২০১৯ত ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ বাতিলৰ ঐতিহাসিক সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোক ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে উল্লেখ কৰে। ।শ্ৰী ডি ৱাই পাটিল জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 04th, 03:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট শিক্ষাবিদ তথা জনহিতৈষী ডি ৱাই পাটিল জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ডি ৱাই পাটিল জীয়ে সদায় আনৰ, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ জীৱন উন্নত কৰাৰ বাবে কাম কৰিছিল।মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।২আগষ্টত ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ’ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
August 01st, 04:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২ আগষ্ট তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচা মুক্ত যুৱ’ অভিযানৰ উদ্বোধন কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ অনুপ্ৰাণিত কৰা আৰু তেওঁলোকক নিজৰ সম্প্ৰদায়ৰ ইতিবাচক সামাজিক পৰিৱৰ্তনৰ ৰাষ্ট্ৰদূত হ’বলৈ উৎসাহিত কৰা। এই উদ্বোধনৰ জৰিয়তে নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে দেশজোৰা ১০০ সপ্তাহজোৰা জন ভাগীদাৰী অভিযান আৰম্ভ কৰা হ’ব।