কিংবদন্তী নাট্যশিল্পী ইব্ৰাহিম আলকাজিৰ বিয়োগৰ প্ৰধানমন্ত্ৰীৰ শোক

August 04th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তী নাট্যশিল্পী ইব্ৰাহিম আলকাজিৰ বিয়োগৰ শোক প্ৰকাশ কৰিছে৷