Prime Minister Narendra Modi to visit Jammu and Kashmir

Prime Minister Narendra Modi to visit Jammu and Kashmir

June 04th, 12:37 pm

PM Modi will visit Jammu and Kashmir on 6th June to inaugurate the Chenab bridge and Anji bridge. He will also launch multiple development projects worth over Rs 46,000 crore at Katra and flag off two Vande Bharat Express trains. He will lay the foundation stone of Shri Mata Vaishno Devi Institute of Medical Excellence in Katra contributing to the healthcare infrastructure in the region.

Today, India is emerging as a leading force in the Global Space-Aviation convergence: PM Modi at AGM of IATA

Today, India is emerging as a leading force in the Global Space-Aviation convergence: PM Modi at AGM of IATA

June 02nd, 05:34 pm

PM Modi addressed the International Air Transport Association's 81st Annual General Meeting and the plenary session of World Air Transport Summit. Emphasizing the success of the UDAN scheme, the PM stated that under this initiative, over 15 million passengers have benefitted from affordable air travel, enabling many citizens to fly for the first time. He urged international guests to familiarize themselves with the Digi Yatra app.

Prime Minister Shri Narendra Modi addresses IATA's 81st Annual General Meeting and plenary Session of World Air Transport Summit

Prime Minister Shri Narendra Modi addresses IATA's 81st Annual General Meeting and plenary Session of World Air Transport Summit

June 02nd, 05:00 pm

PM Modi addressed the International Air Transport Association's 81st Annual General Meeting and the plenary session of World Air Transport Summit. Emphasizing the success of the UDAN scheme, the PM stated that under this initiative, over 15 million passengers have benefitted from affordable air travel, enabling many citizens to fly for the first time. He urged international guests to familiarize themselves with the Digi Yatra app.

অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 02nd, 03:45 pm

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।

PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh

May 02nd, 03:30 pm

PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

April 22nd, 12:27 pm

কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।

তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 06th, 02:00 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 06th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে

March 03rd, 04:48 pm

আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।

The people of Delhi have suffered greatly because of AAP-da: PM Modi during Mera Booth Sabse Mazboot programme

January 22nd, 01:14 pm

Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.

PM Modi Interacts with BJP Karyakartas Across Delhi under Mera Booth Sabse Mazboot via NaMo App

January 22nd, 01:00 pm

Prime Minister Narendra Modi, under the Mera Booth Sabse Mazboot initiative, engaged with BJP karyakartas across Delhi through the NaMo App, energizing them for the upcoming elections. He emphasized the importance of strengthening booth-level organization to ensure BJP’s continued success and urged workers to connect deeply with every voter.

Serving the people of Andhra Pradesh is our commitment: PM Modi in Visakhapatnam

January 08th, 05:45 pm

PM Modi laid foundation stone, inaugurated development works worth over Rs. 2 lakh crore in Visakhapatnam, Andhra Pradesh. The Prime Minister emphasized that the development of Andhra Pradesh was the NDA Government's vision and serving the people of Andhra Pradesh was the Government's commitment.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

January 08th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। ভগৱান সিমহাচলম বৰাহা লক্ষ্মী নৰসিংহ স্বামীক যথাযথ সন্মান জনাই, শ্ৰী মোদীয়ে কয় যে ৬০ বছৰৰ ব্যৱধানৰ অন্তত ৰাইজৰ আশীৰ্বাদত দেশত একেৰাহে তৃতীয়বাৰৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচিত হৈছে। তেওঁ লগতে কয় যে চৰকাৰ গঠনৰ পিছত অন্ধ্ৰ প্ৰদেশত এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী। শ্ৰী মোদীয়ে, অনুষ্ঠানৰ পূৰ্বে ৰোডশ্ব’ৰ সময়ত তেওঁক জনোৱা এক বৃহৎ আদৰণিৰ বাবে ৰাইজক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ ভাষণৰ সময়ত তেওঁৰ প্ৰতিটো শব্দ আৰু অনুভূতিৰ ভাবনাক তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু ভাৰতৰ জনসাধাৰণৰ সহযোগত শ্ৰী নাইডুৱে নিজৰ ভাষণত উল্লেখ কৰা সকলো লক্ষ্যত উপনীত হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

৫ জানুৱাৰীত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 04th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১:১৫ বজাত সাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে’লতো যাত্ৰা গ্ৰহণ কৰিব।

তিনিখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা প্ৰদৰ্শন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

August 31st, 12:16 pm

কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰে

August 31st, 11:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ পাঠ

January 28th, 01:00 pm

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়জী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশবৃন্দ, বিদেশৰ আমাৰ অতিথি ন্যায়াধীশসকল, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নী জেনেৰেল’ ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’ৰ সভাপতি ড০ অদিশ আগৰৱালাজী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

উচ্চতম ন্যায়ালয়ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

January 28th, 12:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।

‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country: PM Modi

December 16th, 08:08 pm

PM Modi interacted and addressed the beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing. Addressing the gathering, the Prime Minister expressed gratitude for getting the opportunity to flag off the Viksit Bharat Sankalp Yatra in the five states of Rajasthan, Madhya Pradesh, Chhattisgarh, Telangana and Mizoram, and remarked that the ‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

December 16th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰে মত-বিনিময় কৰি তেওঁলোকক সম্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।