পৃথিৱী মাতৃয়ে এটা পৰিয়ালৰ সদস্য হিচাপে সকলো মানুহকে আঁকোৱালি লোৱাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 19th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে পৃথিৱী মাতৃয়ে সকলো মানুহকে এটা পৰিয়াল হিচাপে গণ্য কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ বাবে এই সমগ্ৰ পৃথিৱীখন এখন ঘৰৰ দৰে, য’ত প্ৰতিটো সংস্কৃতিৰ নিজ নিজ গুৰুত্ব আৰু সন্মান আছে।আই ধৰিত্ৰীৰ সহনশীলতাত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
April 22nd, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই ধৰিত্ৰীৰ সহশীলতাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃপ্ৰধানমন্ত্ৰীয়ে সংস্কৃত ভাষাত হিতোপ্ৰদেশ শ্বেয়াৰ কৰি কয় যে পবিত্ৰ ভূমি হৈছে ৰাষ্ট্ৰৰ শক্তিৰ উৎস
March 10th, 11:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ভাষাত হিতোপ্ৰদেশ শ্বেয়াৰ কৰি কয় যে পবিত্ৰ ভূমি হৈছে ৰাষ্ট্ৰৰ শক্তিৰ উৎস।মা ধৰিত্ৰীৰ আশীৰ্বাদৰ বিষয়ে আলোকপাত কৰি এটি সংস্কৃত শুভাষিতাম শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 10th, 10:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা ধৰিত্ৰীৰ আশীৰ্বাদৰ বিষয়ে আলোকপাত কৰি এটি সংস্কৃত শুভাষিতাম শ্বেয়াৰ কৰে।স্বাস্থ্য, দীৰ্ঘজীৱন আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে আশীৰ্বাদৰ আহ্বান জনাই সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
February 06th, 11:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ কালজয়ী সভ্যতাৰ প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰৰ সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰা স্বাস্থ্য, দীৰ্ঘজীৱন আৰু সেৱাৰ প্ৰতি নিষ্ঠাৰ বাবে এক প্ৰাৰ্থনাৰ আহ্বান জনায়।শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ইংৰাজীৰ পৰা অনুবাদ
August 19th, 09:43 am
তাতোকৈ ভাল, মহাশয়। কিন্তু এবাৰ আমি তাত গৈ পোৱাৰ পিছত কেইবাটাও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে, হৃদস্পন্দন কমি যায়। এই পৰিবৰ্তনবোৰ ঘটে, কিন্তু চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত শৰীৰটোৱে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰে আৰু আপুনি তাত স্বাভাৱিক হৈ পৰে। আৰু যেতিয়া আপুনি ঘূৰি আহে, তেতিয়া আকৌ একে পৰিবৰ্তনবোৰ ঘটে। আপুনি যিমানেই সুস্থ নহওক কিয়, ঘূৰি অহাৰ লগে লগে আপুনি তৎক্ষণাৎ খোজ কাঢ়িব নোৱাৰে। ব্যক্তিগতভাৱে মই অসুস্থ অনুভৱ কৰা নাছিলো, মই ভালে আছিলো, তথাপিও যেতিয়া মই মোৰ প্ৰথম খোজটো দিছিলো, মোৰ পৰি যোৱাৰ উপক্ৰম হৈছিল আৰু মানুহে মোক ধৰি ৰাখিব লগা হৈছিল। তাৰ পিছত দ্বিতীয় আৰু তৃতীয় খোজ। যদিও মনটোৱে জানে যে খোজকাঢ়িব লাগিব, মগজুৱে বুজিবলৈ সময় লয় এইটো এটা নতুন পৰিবেশ বুলি।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
August 19th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। মহাকাশ ভ্ৰমণৰ পৰিবৰ্তনশীল অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এনে এক গুৰুত্বপূৰ্ণ যাত্ৰা কৰাৰ পিছত মানুহে নিশ্চয় এক পৰিবৰ্তন অনুভৱ কৰে আৰু তেওঁ মহাকাশচাৰীসকলে এই পৰিবৰ্তন কেনেদৰে অনুভৱ কৰে সেই বিষয়ে বুজিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰত শুভাংশু শুক্লাই কয় যে মাধ্যাকৰ্ষণৰ অনুপস্থিতি এটা অন্যতম কাৰক হোৱাৰ পৰিপ্ৰেক্ষিতত মহাকাশৰ পৰিবেশ যথেষ্ট পৃথক।জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 12th, 04:34 pm
৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 12th, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৬৪খন দেশৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি আনন্দ প্ৰকাশ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে ভাৰতলৈ তেওঁলোকক উষ্ম আদৰণি জনায়। “ভাৰতত পৰম্পৰাই উদ্ভাৱনক লগ পায়, আধ্যাত্মিকতাই বিজ্ঞানক লগ পায় আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ নিৰীক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন সুধি আহিছে”, শ্ৰী মোদীয়ে কয়। পঞ্চম শতিকাত শূন্য আৱিষ্কাৰ কৰা আৰ্যভট্টৰ উদাহৰণ দি তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। “আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!” প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিলে।ক্ৰু-৯ মহাকাশচাৰীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 19th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছকে ধৰি ক্ৰু-৯ মহাকাশচাৰীসকলক নিৰাপদে পৃথিৱীলৈ উভতি অহাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে ক্ৰু-৯ মহাকাশচাৰীসকলৰ সাহস, দৃঢ়তা আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে।Prime Minister Narendra Modi to dedicate to nation International Exhibition Convention Centre at Pragati Maidan
July 24th, 07:45 pm
PM Modi will dedicate to the nation the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan. The Convention Centre is developed as the centerpiece of Pragati Maidan complex. It is a grand architectural marvel, designed to host large-scale international exhibitions, trade fairs, conventions, conferences, and other prestigious eventsধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ মংগলৰ বাবে কাম কৰাসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 22nd, 09:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোক উন্নত কৰাৰ বাবে কাম কৰা সকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
November 08th, 07:31 pm
জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে
November 08th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE
October 20th, 11:01 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat
October 20th, 11:00 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.Rotarians are a true mix of success and service: PM Modi
June 05th, 09:46 pm
The Prime Minister, Shri Narendra Modi addressed the Rotary International World Convention via a video message today. Calling the Rotarians a ‘true mix of success and service’, the Prime Minister said that “every Rotary gathering of this scale is like a mini-global assembly. There is persity and vibrancy. “ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
June 05th, 09:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ায়৷ ৰ’টাৰিয়ানসকলক ‘সফলতা আৰু সেৱাৰ প্ৰকৃত মিশ্ৰণ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মাত্ৰাৰ প্ৰতিটো ৰ’টাৰীৰ সমাৱেশ এটা ক্ষুদ্ৰ বিশ্ব সন্মিলনৰ দৰে। ইয়াৰ বৈচিত্ৰ্য আৰু স্পন্দনশীলতা আছে। “লাইফ আন্দোলনৰ শুভাৰম্ভণিৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
June 05th, 07:42 pm
মহামান্য ইংগাৰ এণ্ডাৰছন, ইউএনডিপি গ্ল’বেল হেড, মহামান্য আচিম ষ্টেইনাৰ, ইউএনডিপি গ্ল’বেল হেড, মোৰ বন্ধু মিঃ ডেভিড মালপাছ, ৱৰ্ল্ড বেংকৰ অধ্যক্ষ লৰ্ড নিকোলাছ ষ্টাৰ্ণ, মিঃ কাচ চানষ্টাইন, মোৰ বন্ধু মিঃ বিল গেটছ, শ্ৰী অনিল দাসগুপ্তা, ভাৰতৰ পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱPM launches global initiative ‘Lifestyle for the Environment- LiFE Movement’
June 05th, 07:41 pm
Prime Minister Narendra Modi launched a global initiative ‘Lifestyle for the Environment - LiFE Movement’. He said that the vision of LiFE was to live a lifestyle in tune with our planet and which does not harm it.