Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.BJP-NDA blocked Congress’ ‘unfair’ communal violence bill in Parliament: PM Modi in Gogamukh, Assam
April 01st, 11:30 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed a massive public gathering in Gogamukh, marking his first rally in Assam after the announcement of polls. The event witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 28th, 11:45 am
মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi
January 31st, 03:35 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech
January 31st, 03:30 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”Delhi's voters have resolved to free the city from 'AAP-da': PM Modi
January 03rd, 01:03 pm
PM Modi inaugurated key development projects in Delhi, including housing for poor families. He emphasized India’s vision for 2025 as a year of growth, entrepreneurship, and women-led development, reaffirming the goal of a pucca house for every citizen.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
January 03rd, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে ২০২৫ বৰ্ষটো ভাৰতৰ উন্নয়নৰ বাবে এক অপৰিসীম সুযোগ হ'ব, যাৰ ফলত দেশখন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়িব। প্ৰধানমন্ত্ৰীয়ে কয়, আজি ভাৰত ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিৰতাৰ এক বিশ্বব্যাপী প্ৰতীক হিচাপে থিয় হৈ আছে। তেওঁ লগতে কয় যে অহা বছৰত দেশৰ ভাবমূৰ্তি অধিক শক্তিশালী হ'ব। শ্ৰী মোদীয়ে ২০২৫ বৰ্ষৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ভাৰতক বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলা, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ বাবে যুৱসকলক শক্তিশালী কৰা, নতুন কৃষি অভিলেখ স্থাপন কৰা, মহিলাৰ নেতৃত্বত বিকাশৰ প্ৰচাৰ কৰা আৰু জীৱনধাৰণৰ সহজতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিজন নাগৰিকৰ জীৱনৰ মান উন্নত কৰাৰ বছৰ হিচাপে গুৰুত্ব আৰোপ কৰে।৩ জানুৱাৰীত দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 02nd, 10:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'সকলোৰে বাবে গৃহ নিৰ্মাণ'ৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি ৩ জানুৱাৰী ২০২৫ তাৰিখে দুপৰীয়া প্ৰায় ১২:১০ বজাত দিল্লীৰ ‘স্বাভিমান এপাৰ্টমেণ্ট’ত ‘যথা স্থানত বস্তি পুনৰ্সংস্থাপন প্ৰকল্প’ৰ অধীনত ‘ঝুগি ঝোপৰি (জেজে) গোট’ৰ বাসিন্দাসকলৰ বাবে নৱনিৰ্মিত ফ্লেটসমূহ পৰিদৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২:৪৫ বজাত তেওঁ দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।Modi is paving the way for the country not just for the coming five years but for the next 25 years: PM in Etawah
May 05th, 02:50 pm
Amidst the ongoing election campaigning, PM Modi's rally spree continued as he addressed a public meeting in Uttar Pradesh’s Etawah today. He stated, After my 10-year tenure, I seek your blessings. You have witnessed my hard work and honesty. I am not just preparing for the next 5 years; I'm paving the way for 25 years. India's strength will endure for a thousand years; I'm laying its foundation. Why? Because whether I remain or not, this country will always remain.PM Modi delivers impactful speeches in Etawah and Dhaurahra, Uttar Pradesh
May 05th, 02:45 pm
Amidst the ongoing election campaigning, PM Modi's rally spree continued as he addressed two mega public meetings in Uttar Pradesh’s Etawah and Dhaurahra, today. He stated, After my 10-year tenure, I seek your blessings. You have witnessed my hard work and honesty. I am not just preparing for the next 5 years; I'm paving the way for 25 years. India's strength will endure for a thousand years; I'm laying its foundation. Why? Because whether I remain or not, this country will always remain.Our government enforced the ban of 'Triple Talaq' truly empowering our Muslim Sisters: PM in Amroha
April 19th, 11:00 am
Ahead of the Lok Sabha Elections, Prime Minister Narendra Modi addressed a rally in Amroha amid ardent support in UP. He said, Everyone must exercise their right to vote. He added, Amroha is a witness to Shri Krishna's Shricharan. He added that the constant support for him is reflective of 'Fir ek Baar Modi Sarkar.'Ardent BJP-NDA supporters welcome PM Modi as he addresses a rally in Amroha, UP
April 19th, 10:15 am
Ahead of the Lok Sabha Elections, Prime Minister Narendra Modi addressed a rally in Amroha amid ardent support in UP. He said, Everyone must exercise their right to vote. He added, Amroha is a witness to Shri Krishna's Shricharan. He added that the constant support for him is reflective of 'Fir ek Baar Modi Sarkar.'গুজৰাটৰ আহমেদাবাদত উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 12th, 10:00 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰত জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল জী, মোৰ কেবিনেট সহযোগী ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, মোৰ সহযোগী সাংসদ আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী চি.আৰ পাটিলৰ লগতে দেশৰ বিভিন্ন স্থাপন পৰা সংযোগ স্থাপন কৰা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আৰু মই মোৰ সন্মুখত পৰ্দাত দেখিছো আজি ৭০০তকৈ অধিক ঠাইত স্থানীয় সাংসদগৰাকীৰ নেতৃত্বত, তাত থকা মন্ত্ৰীৰ নেতৃত্বত লাখ লাখ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়তো ৰে’লৱেৰ ইতিহাসত ভাৰতৰ চুক-কোণে একেলগে ইমান ডাঙৰ কাৰ্যসূচী কেতিয়াও হোৱা নাই। ১০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে। লগতে এই মহান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ৰে’লৱেক অভিনন্দন জনাইছো।গুজৰাটৰ আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 12th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ‘সমৰ্পিত ফ্ৰেইট কৰিডৰৰ অভিযান’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰত ১,০৬,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে'ল আন্তঃগাঁথনি, যোগাযোগ আৰু পেট্ৰ'কেমিকেলকে ধৰি একাধিক খণ্ডক সামৰি লৈছে। তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে।টিভি নাইন কনক্লেভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 26th, 08:55 pm
আমাৰ ইয়াত পুৰণি কালত যুদ্ধলৈ যোৱাৰ আগতে বৰ জোৰেৰে ডবা বজোৱা হৈছিল, ডাঙৰ ডাঙৰ বিউগল বজোৱা হৈছিল যাতে যোৱাসকল অলপ উদ্যমত যায়, ধন্যবাদ দাস! টিভি নাইনৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ আৰু ইয়াত উপস্থিত আপোনালোক সকলোলৈ... মই প্ৰায়ে ভাৰতৰ বৈচিত্ৰ্যৰ কথা কওঁ। এই বৈচিত্ৰ্য টিভি নাইনৰ নিউজ ৰুম, আপোনালোকৰ ৰিপ’ৰ্টিং দলত স্পষ্টকৈ দেখা যায়। টিভি নাইনৰ কেইবাটাও ভাৰতীয় ভাষাত মিডিয়া প্লেটফৰ্ম আছে। আপোনালোক ভাৰতৰ সজীৱ গণতন্ত্ৰৰো প্ৰতিনিধি। মই বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ভাষাত টিভি নাইনত কাম কৰা সকলো সাংবাদিক বন্ধুক, আপোনালোকৰ কাৰিকৰী দলটোক বহুত বহুত অভিনন্দন জনাইছোঁ।নিউজ-৯ গ্ল’বেল ছামিটত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 26th, 07:50 pm
আজি নতুন দিল্লীত অনুষ্ঠিত নিউজ-৯ গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু আছিল ‘ভাৰত: এক বিশাল জাঁপৰ বাবে সাজু’।