এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
December 16th, 03:56 pm
জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।এছিয়া কাপ ২০২৫ত বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
September 29th, 12:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়া কাপ ২০২৫ত চমকপ্ৰদ বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।ডুবাইৰ যুৱৰাজ, ইউএইৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰীয়ে জনায়
April 08th, 05:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএইৰ উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ যুৱৰাজ শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ অল মাকতুমক আদৰণি জনায়।PM Modi interacts with MUDRA Yojana beneficiaries
April 08th, 01:03 pm
PM Modi, while interacting with MUDRA Yojana beneficiaries on its 10th anniversary, spotlighted inspiring journeys—from startups in solar, food and pet care to a bakery in Kashmir. The Prime Minister highlighted the transformative impact of the Mudra Yojana on empowering citizens, particularly women and fostering entrepreneurship across India.ডবুাই, উপ-ৰাষ্ট্ৰপতি আৰু ইউএইৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 14th, 03:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক সাক্ষাৎ কৰে।ডুবাইৰ জেবেল আলিত ভাৰ্চুৱেলী ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন
February 14th, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডুবাইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ভাৰ্চুৱেলী ডুবাইৰ জেবেল আলি মুক্ত বাণিজ্য মণ্ডলত ডি পি ৱৰ্ল্ডে নিৰ্মাণ কৰিবলগীয়া ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন কৰে।২০২৪ চনত ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰী সন্মিলন সন্দৰ্ভত আলোচনাৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
February 14th, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন সন্দৰ্ভত আলোচনা কৰিবৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰজোলিনাক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 14th, 02:30 pm
বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 14th, 02:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 09:36 pm
ইউএইত অনুষ্ঠিত চিঅ’পি-২৮ৰ সমান্তৰালভাৱে ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত শ্বাৱকট মিৰ্জিঅ’য়েভক সাক্ষাৎ কৰে৷চুইডেন কিংডমৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 08:32 pm
নেতাদ্বয়ে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে, যাৰ ভিতৰত আছে প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ণ, বাণিজ্য আৰু বিনিয়োগ আৰু জলবায়ু সহযোগিতা। তেওঁলোকে ‘ইউৰোপীয় ইউনিয়ন’, ‘নৰ্ডিক পৰিষদ’ আৰু ‘নৰ্ডিক বাল্টিক ৮ গোট’কে ধৰি আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহো আলোচনা কৰে।চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে
December 01st, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।চিঅ’পি-২৮ সন্মিলনৰ ‘ট্ৰেন্সফৰ্মিং ক্লাইমেট ফাইনেন্স’ শীৰ্ষক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 01st, 08:06 pm
ভাৰতে জি-২০ সভাপতিত্বৰ সময়ত বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তন দুয়োটাকে যথেষ্ট অগ্ৰাধিকাৰ দিছে।Prime Minister’s meeting with the President of the Swiss Confederation
December 01st, 08:01 pm
Prime Minister Shri Narendra Modi held a bilateral meeting with H.E. Mr. Alain Berset, President of the Swiss Confederation, on 1 December 2023, on the sidelines of COP 28 in Dubai.Prime Minister’s meeting with the President of the United Arab Emirates
December 01st, 07:55 pm
Prime Minister Shri Narendra Modi met with His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of the United Arab Emirates, on 1 December 2023, on the sidelines of COP-28 Summit in the UAE.চিঅ’পি-২৮ ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিশ্যন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 01st, 07:29 pm
আমি সকলোৱে এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ দ্বাৰা সংযুক্ত হৈ আছো– ‘গ্লোবেল নেট জিৰো.নেট জিৰো’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ মাজত অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। আৰু, ঔদ্যোগিক উদ্ভাৱন হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট, অৰ্থাৎ ‘লীড-আইটি’ হৈছে গ্ৰহটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক সফল উদাহৰণ।চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিট প্ৰগ্ৰেম’ বিষয়ক উচ্চ স্তৰীয় কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধন
December 01st, 07:22 pm
এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ ভ্ৰাতৃ তথা ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 06:45 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘জি-২০ৰ সভাপতিত্ব’ৰ সময়ত তেওঁৰ সমৰ্থনৰ বাবে ‘ইউএনএছজি’-ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জলবায়ু লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 06:44 pm
দুয়োগৰাকী নেতাই অঞ্চলটোত চলিত ইজৰাইল-হামাছৰ সংঘৰ্ষৰ সন্দৰ্ভত মতামত বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে পণবন্দীসকলক মুকলি কৰি দিয়াক আদৰণি জনায়।