
অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 02nd, 03:45 pm
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।
PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh
May 02nd, 03:30 pm
PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.
চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।প্ৰধানমন্ত্ৰীয়ে ‘মিছন দিব্যাষ্ট্ৰ’ৰ প্ৰশংসা কৰে যি মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (MIRV)ৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ প্ৰথম উৰণ পৰীক্ষা
March 11th, 06:56 pm
মিছন দিব্যাষ্ট্ৰৰ বাবে আমাৰ ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, যিটো হৈছে মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল (এমআইআৰভি) প্ৰযুক্তিৰে সজ্জিত থলুৱাভাৱে নিৰ্মিত অগ্নি-৫ মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।Aatmanirbharta in Defence: India First Soars as PM Modi Takes Flight in LCA Tejas
November 28th, 03:40 pm
Prime Minister Narendra Modi visited Hindustan Aeronautics Limited (HAL) in Bengaluru today, as the state-run plane maker experiences exponential growth in manufacturing prowess and export capacities. PM Modi completed a sortie on the Indian Air Force's multirole fighter jet Tejas.‘আইএএফ’-ৰ মাল্টিৰোল ফাইটাৰ জেট তেজছৰ ‘ছৰ্টি’ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 25th, 01:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাবাহিনীৰ ভিন্ন ভূমিকা পালন কৰিব পৰা যুদ্ধ বিমান ‘তেজছ’ৰ এটি ‘ছৰ্টি’ সফলতাৰে সম্পূৰ্ণ কৰিলে।INS Vikrant is a testament to the hard work, talent, influence and commitment of 21st century India: PM Modi
September 02nd, 01:37 pm
PM Narendra Modi commissioned the first indigenous aircraft carrier as INS Vikrant. The Prime Minister exclaimed, Vikrant is huge, massive, and vast. Vikrant is distinguished, Vikrant is also special. Vikrant is not just a warship. This is a testament to the hard work, talent, influence and commitment of India in the 21st century.প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
September 02nd, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই আৰু সমৃদ্ধ ভাৰতীয় সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই নতুন নেভেল পতাকা (নিচান) ও মুকলি কৰে।‘হৰ ঘৰ তিৰংগা’ অভিযানক লৈ সৃষ্টি হোৱা উদ্দীপনাময় পৰিৱেশৰ উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰীয়ে
August 14th, 02:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হৰ ঘৰ তিৰংগা’ অভিযানক লৈ দেশ জুৰি সৃষ্টি হোৱা উদ্দীপনাময় পৰিৱেশটো সন্দৰ্ভত বিভিন্ন উদাহৰণ দাঙি ধৰিছে।নতুন দিল্লীত এনআইআইঅ’ৰ ‘স্বাৱলম্বনত’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 18th, 04:31 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিং জী, শ্ৰী অজয় ভট্ট জী, নৌসেনাৰ মুৰব্বী, নৌসেনাৰ উপ-মুৰব্বী, প্ৰতিৰক্ষা সচিব, এছআইডিএমৰ সভাপতি, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলো সতীৰ্থ, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে এনআইঅ' চেমিনাৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে
July 18th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনআইআইঅ'ৰ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংস্থা) আলোচনাচক্ৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে।বাজেটৰ পিছত ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰ ভাৰত- কাৰ্যাৱলী প্ৰণয়ন’ শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 25th, 02:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেটত কৰা ঘোষণা সন্দৰ্ভত ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰতা-কল টু একচন’ শীৰ্ষক বাজেটৰ পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। এই ৱেবিনাৰখনৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা এয়া হৈছে চতুৰ্থখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।প্ৰতিৰক্ষা খণ্ডক লৈ আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 25th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেটত কৰা ঘোষণা সন্দৰ্ভত ‘প্ৰতিৰক্ষাত আত্মনিৰ্ভৰতা-কল টু একচন’ শীৰ্ষক বাজেটৰ পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। এই ৱেবিনাৰখনৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা এয়া হৈছে চতুৰ্থখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।প্ৰধানমন্ত্ৰীয়ে ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব
January 02nd, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।Today the mantra of the country is - Make in India, Make for the world: PM Modi
November 19th, 05:39 pm
Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.PM attends ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh
November 19th, 05:38 pm
Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।