গুজৰাটত অনুষ্ঠিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 11th, 12:00 pm
গুজৰাটৰ সন্মানীয় আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সক্ৰিয় যুৱ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল জিতুভাই বাঘানী, অৰ্জুনভাই মধৱাদিয়া, ডঃ প্ৰদ্যুম্ন বাজা, কৌশিকভাই ভেকাৰিয়া, সাংসদ ৰাজেশভাই, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল। আজি দেশৰ ভিন্ন প্ৰান্তৰ লক্ষ-লক্ষ লোক আমাৰ সৈতে সংযুক্ত হৈছে আৰু তেওঁলোককো মই শুভেচ্ছা জনাইছো— এয়া সোমনাথৰ বিজয়।গুজৰাটৰ সোমনাথত সোমনাথ স্বাভিমান পৰ্বত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 11:41 am
আজি গুজৰাটৰ সোমনাথত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ স্বাভিমান পৰ্বত সম্বোধন কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সময় অসাধাৰণ, এই পৰিৱেশ অসাধাৰণ, আৰু এই উদযাপন অসাধাৰণ। তেওঁ আলোকপাত কৰে যে এফালে স্বয়ং ভগৱান মহাদেৱ থিয় হৈ আছে, আৰু আনফালে সূৰ্য্যৰ ৰশ্মি, মন্ত্ৰৰ অনুৰণন, ভক্তিৰ ঢৌৰ সৈতে সাগৰৰ বিশাল ঢৌ একাকাৰ হৈছে। তেওঁ উল্লেখ কৰে যে এই ঐশ্বৰিক পৰিৱেশত ভগৱান সোমনাথৰ সকলো ভক্তৰ উপস্থিতিয়ে অনুষ্ঠানটোক ঐশ্বৰিক আৰু মহান কৰি তুলিছে। শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে তেওঁ সোমনাথ স্বাভিমান পৰ্বত সক্ৰিয়ভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাটো তেওঁ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰে। ৭২ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে ওমকাৰৰ জপ আৰু ৭২ ঘণ্টা ধৰি অবিৰতভাৱে মন্ত্ৰ আবৃত্তি হোৱাটো তেওঁ লক্ষ্য কৰিছে। তেওঁ আলোকপাত কৰে যে কালি সন্ধিয়া সহস্ৰ ড্ৰ’নে বৈদিক গুৰুকুলৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ লগতে সোমনাথৰ হাজাৰ বছৰৰ কাহিনী উপস্থাপন কৰে, আৰু আজি ১০৮টা ঘোঁৰাৰ সৈতে ‘শৌৰ্য্য যাত্ৰা’ এই মন্দিৰত উপস্থিত হয়। তেওঁ গুৰুত্ব সহকাৰে কয় যে মন্ত্ৰ আৰু ভজনৰ মন্ত্ৰমুগ্ধ উপস্থাপন শব্দৰ উৰ্ধত, আৰু এই অভিজ্ঞতা সময়েহে ধৰি ৰাখিব পাৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই উদযাপনত গৌৰৱ আৰু সন্মান, মৰ্যাদা আৰু জ্ঞান, ভৱিষ্যৎ আৰু ঐতিহ্য, আধ্যাত্মিকতা আৰু উপলব্ধি, অভিজ্ঞতা, আনন্দ, আৰু ঘনিষ্ঠতা সন্নিবিষ্ট কৰা হৈছে। সৰ্বোপৰি, তেওঁ কয় যে ই ভগৱান মহাদেৱৰ আশীৰ্বাদ কঢ়িয়াই লৈ ফুৰে।প্ৰধানমন্ত্ৰীয়ে ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব
January 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব। ১০ জানুৱাৰীত নিশা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ উপভোগ কৰিব।জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 03rd, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজেন্দ্ৰ প্ৰসাদ জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ পৰা সংবিধান সভাৰ অধ্যক্ষতা কৰি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱালৈকে তেওঁ অতুলনীয় মৰ্যাদা, নিষ্ঠা আৰু উদ্দেশ্যৰ স্পষ্টতাৰে আমাৰ ৰাষ্ট্ৰৰ সেৱা কৰিছিল। ৰাজহুৱা জীৱনত তেওঁৰ দীঘলীয়া জীৱন সৰলতা, সাহস আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সমৰ্পণৰ দ্বাৰা চিহ্নিত হৈছিল। তেওঁৰ আদৰ্শমূলক সেৱা আৰু দৃষ্টিভংগীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
August 22nd, 12:00 pm
বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
August 22nd, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.Our Constitution is the foundation of India’s unity: PM Modi in Lok Sabha
December 14th, 05:50 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.PM Modi addresses Lok Sabha during special discussion on 75th anniversary of adoption of Constitution
December 14th, 05:47 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 03rd, 08:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় গণতন্ত্ৰৰ সুদৃঢ় ভেটি স্থাপনৰ ক্ষেত্ৰত ড° প্ৰসাদজীৰ অমূল্য অৱদানৰ তেওঁ শলাগ লয়।উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 03rd, 10:01 am
“আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত ড° ৰাজেন্দ্ৰ প্ৰসাদৰ গভীৰ জ্ঞান আৰু অটল নেতৃত্ব অতি গৌৰৱৰ বিষয়। গণতন্ত্ৰ আৰু ঐক্যৰ চেম্পিয়ন হিচাপে তেওঁৰ প্ৰচেষ্টাই প্ৰতিটো প্ৰজন্মত অনুৰণিত হৈ আহিছে। জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷”জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰীৰ
December 03rd, 09:25 am
জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।পাটনাৰ বিহাৰ বিধান সভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 12th, 06:44 pm
এই ঐতিহাসিক কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, বিধান সভাৰ অধ্যক্ষ শ্ৰী বিজয় সিনহা জী, বিহাৰ বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰী আৱাধেশ নাৰায়ণ সিং, উপমুখ্যমন্ত্ৰী শ্ৰীমতী ৰেণু দেৱী জী, তাৰাকিশোৰ প্ৰসাদমহাশয়, বিৰোধী দলপতি শ্ৰীযুত তেজস্বী যাদৱ জী, সকলো মন্ত্ৰী, বিধায়ক, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল।PM addresses the closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly
July 12th, 06:43 pm
PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.প্ৰধানমন্ত্ৰীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 03rd, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।