শিক্ষক দিৱস উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 05th, 08:36 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মনক লালন-পালন কৰাৰ প্ৰতি শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। বিশিষ্ট পণ্ডিত আৰু শিক্ষক ড° এছ ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন তথা ভাৱনাৰ কথা আমি মনত পেলাইছো, শ্ৰী মোদীয়ে লগতে কয়।শিক্ষক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
September 05th, 08:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষক দিৱস হিচাপে পালন কৰি অহা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ ৰাধাকৃষ্ণণৰ জন্মদিৱসত শ্ৰীমোদীয়ে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।