ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।Chief Minister of Goa meets Prime Minister
August 20th, 06:11 pm
The Chief Minister of Goa, Dr. Pramod Sawant met Prime Minister, Shri Narendra Modi today in New Delhi.প্ৰধানমন্ত্ৰীক সাক্ষাৎ গোৱাৰ মুখ্যমন্ত্ৰীৰ
January 23rd, 02:48 pm
গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।গোৱাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে
June 24th, 05:05 pm
গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।শ্ৰী সপ্তকোটেশ্বৰ দেৱস্থানৰ নবীকৰণক লৈ সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
February 11th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সপ্তকোটেশ্বৰ দেৱস্থান, নাৰ্ভে, বিচোলিমৰ নবীকৰণক লৈ সন্তোষ প্ৰকাশ কৰিছে।ডঃ প্রমোদ সাৱন্ত আৰু তেওঁৰ মন্ত্রী পৰিষদৰ সদস্যসকলক শপত গ্রহণৰ বাবে অভিনন্দন জনাইছে প্রধানমন্ত্রীয়ে
March 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গোৱাৰ মুখ্যমন্ত্রী হিচাপে ডঃ প্রমোদ সাৱন্ত আৰু তেওঁৰ মন্ত্রী পৰিষদৰ সদস্যসকলক শপত গ্রহণৰ বাবে অভিনন্দন জনাইছে।