ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব ড০ এম এছ স্বামীনাথনকঃ প্ৰধানমন্ত্ৰী

ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব ড০ এম এছ স্বামীনাথনকঃ প্ৰধানমন্ত্ৰী

February 09th, 01:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুইটাৰৰ এটা পোষ্টত কয় যে সেউজ বিপ্লৱত অগ্ৰণী ভূমিকা পালন কৰা ড০ এম এছ স্বামীনাথনক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব৷

ডঃ এম এছ স্বামীনাথনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ডঃ এম এছ স্বামীনাথনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

September 28th, 02:03 pm

দেশৰ বিশিষ্ট কৃষি বিজ্ঞানী ডঃ এম এছ স্বামীনাথনৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয়, কৃষিক্ষেত্ৰত ডঃ স্বামীনাথনৰ যুগান্তকাৰী কামে লাখ লাখ লোকৰ জীৱন সলনি কৰিছে আৰু আমাৰ দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিছে।