প্ৰবীণ আমোলা ড° মঞ্জুলা সুব্ৰমণিয়ামৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

January 01st, 09:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ আমোলা ড° মঞ্জুলা সুব্ৰমণিয়ামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।