‘ভাৰত ৰত্ন ড০ ভীমৰাও স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ’ৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

June 29th, 07:47 pm

যুৱ-প্ৰজন্মৰ মাজত বাবা চাহেব আম্বেডকাৰৰ আদৰ্শৰাজী জনপ্ৰিয়কৰণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।