পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 12:00 pm

পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।

পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 11:45 am

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।

ডo এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

October 15th, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড0 এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

October 01st, 10:45 am

মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

October 01st, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ ​​বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।

তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

July 27th, 12:30 pm

চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে

July 27th, 12:25 pm

আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।

ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 27th, 09:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ড° এ পি জে আব্দুল কালামক এগৰাকী দূৰদৰ্শী প্ৰেৰণাদায়ক ব্যক্তি, অসাধাৰণ বিজ্ঞানী, সু-পৰামৰ্শদাতা আৰু এজন মহান দেশপ্ৰেমিক হিচাপে স্মৰণ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

October 15th, 10:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Congress & BRS have three things in common in their DNA, dynasty, corruption and appeasement: PM Modi

November 07th, 05:05 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi spoke at a public rally in Hyderabad, Telangana, where he conveyed his heartfelt greetings to the people of the state. He acknowledged that the winds that bring change can be witnessed through such public gatherings in Telangana. Also, recognising a message that perse people from every corner of Telangana brought along, PM Modi said, “The trust of Telangana is now with the BJP.”

PM Narendra Modi addresses a public meeting in Hyderabad, Telangana

November 07th, 04:44 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi spoke at a public rally in Hyderabad, Telangana, where he conveyed his heartfelt greetings to the people of the state. He acknowledged that the winds that bring change can be witnessed through such public gatherings in Telangana. Also, recognising a message that perse people from every corner of Telangana brought along, PM Modi said, “The trust of Telangana is now with the BJP.”

জন্ম বাৰ্ষিকীত ড০ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

October 15th, 08:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

May 11th, 11:00 am

কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!

প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ৰ কাৰ্যসূচী উদ্বোধন কৰে

May 11th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।

Pramukh Swami Maharaj Ji believed in 'Dev Bhakti' and 'Desh Bhakti': PM Modi

December 14th, 05:45 pm

PM Modi addressed the inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav in Ahmedabad. “HH Pramukh Swami Maharaj Ji was a reformist. He was special because he saw good in every person and encouraged them to focus on these strengths. He helped every inpidual who came in contact with him. I can never forget his efforts during the Machchhu dam disaster in Morbi”, the Prime Minister said.

PM addresses inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav

December 14th, 05:30 pm

PM Modi addressed the inaugural function of Pramukh Swami Maharaj Shatabdi Mahotsav in Ahmedabad. “HH Pramukh Swami Maharaj Ji was a reformist. He was special because he saw good in every person and encouraged them to focus on these strengths. He helped every inpidual who came in contact with him. I can never forget his efforts during the Machchhu dam disaster in Morbi”, the Prime Minister said.

I’ve been fortunate to have interacted closely with Dr. Kalam over the years: PM

October 15th, 10:50 pm

The Prime Minister, Shri Narendra Modi today shared moments of his association with Dr. APJ Abdul Kalam on his birth anniversary.

জন্ম বাৰ্ষিকী উপলক্ষে ড০ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

October 15th, 09:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷ প্ৰধানমন্ত্ৰী ড০ কালামক এগৰাকী বিজ্ঞানী হিচাপে তেওঁৰ অৱদান আৰু এগৰাকী ৰাষ্ট্ৰপতি হিচাপে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে ৰক্ষা কৰা যোগসুত্ৰৰ কথা স্মৰণ কৰে৷

The whole world is looking at India’s youth with hope: PM Modi

July 29th, 12:42 pm

PM Modi addressed the 42nd Convocation of Anna University in Chennai. The Prime Minister remarked, “The whole world is looking at India’s youth with hope. Because you are the growth engines of the country and India is the world’s growth engine.”

PM addresses 42nd Convocation of Anna University, Chennai

July 29th, 09:48 am

PM Modi addressed the 42nd Convocation of Anna University in Chennai. The Prime Minister remarked, “The whole world is looking at India’s youth with hope. Because you are the growth engines of the country and India is the world’s growth engine.”