প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বিধায়ক ডঃ অনিল জোশিয়াৰাৰ বিয়োগত শোক প্ৰকাশ কৰে

March 14th, 07:32 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভিলোডাৰ বিধায়ক ডঃ অনিল জোশিয়াৰাৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে।