যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ
July 09th, 05:55 am
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ
July 09th, 03:14 am
আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তিList of Outcomes: Visit of the President of the Government of Spain, H.E. Mr. Pedro Sanchez, to India (October 28-29, 2024)
October 28th, 06:30 pm
India and Spain have bolstered bilateral ties with initiatives spanning defence, rail transport, customs, and cultural exchange. Highlights include a new C295 aircraft assembly line plant in Vadodara, partnerships in rail and customs, a Cultural Exchange Programme until 2028 and designating 2026 as a culture-focused year. Consulates will open in Bengaluru and Barcelona, fostering investment and amp-audiovisual collaboration.