“কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন” বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

March 06th, 01:14 pm

বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ? আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।

কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 06th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

PM monitors MPox situation

August 18th, 07:42 pm

Prime Minister Shri Narendra Modi has been continuously monitoring the MPox situation.

ক’লা আজাৰৰ ঘটনা হ্ৰাসত প্ৰধানমন্ত্ৰীৰ সন্তোষ

January 06th, 05:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা আজাৰৰ ঘটনা হ্ৰাসত সন্তোষ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ক’লা আজাৰ সন্দৰ্ভত মন কী বাতৰ উদ্ধৃতিসমূহো শ্বেয়াৰ কৰে।

জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

April 19th, 03:49 pm

মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!

জামনগৰত ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 19th, 03:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেইছাছৰ উপস্থিতিত জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ পৰ ট্ৰেডিশ্যনেল মেডিচিন’(জিচিটিএম)ৰ আধাৰশিলা স্থাপন কৰে। পাৰম্পাৰিক ভেষজৰ ক্ষেত্ৰত ‘জিচিটিএম’ হ’ব সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ গোলকীয় কেন্দ্ৰৰ চকী। গোলকীয় কল্যাণৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব এইটো কেন্দ্ৰ। এই উপলক্ষে বাংলাদেশ, ভূটান, নেপালৰ প্ৰধানমন্ত্ৰীকেইগৰাকীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মঞ্জুপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলও উপস্থিত থাকে।

উত্তৰ প্ৰদেশত ৯খন চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 25th, 10:31 am

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, মহাত্মা বুদ্ধৰ পবিত্ৰ ভূমি সিদ্ধাৰ্থনগৰত মই আপোনালোক সকলোলৈকে প্ৰণাম জনাইছো। মহাত্মা বুদ্ধই য’ত জীৱনৰ আৰম্ভণী কালছোৱা অতিবাহিত কৰিছিল সেইডোখৰ ভূমিতে আজি প্ৰদেশখনৰ ৯খন মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। সুস্থ আৰু নিৰোগী ভাৰতৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত ই এক বৃহত্ পদক্ষেপ। আপোনালোক আটাইকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে

October 25th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে। এই নখন মেডিকেল কলেজ সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফটেহপুৰ, দেৱৰীয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত আছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰিব

September 09th, 06:17 pm

কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ মথুৰাত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰিব৷