Prime Minister congratulates Seema on winning Bronze in Women’s Discus Throw at Commonwealth Games 2026

July 31st, 02:33 pm

The Prime Minister, Shri Narendra Modi, has congratulated Seema on winning the Bronze medal in the Women’s Discus Throw event at the Glasgow Commonwealth Games 2026.

ৰূপৰ পদক অৰ্জনৰ বাবে খেলুৱৈ যোগেশ কাথুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 02nd, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সত চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ ডিস্কাছ থ্ৰ’ এফ৫৬ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে খেলুৱৈ যোগেশ কাথুনিয়াক অভিনন্দন জনায়।

পেৰাঅলিম্পিক গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বিনোদ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 29th, 07:03 pm

টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছত পুৰুষৰ ডিছকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বিনোদ কুমাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।