নাগৰিকক ডিজিটেল জ্যোতিত আমাৰ স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
July 23rd, 01:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ডিজিটেল জ্যোতিত আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে।