মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 08th, 03:44 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে
October 08th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
June 24th, 09:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে টেলিফোনত কথা পাতে।ভাৰত - ক্ৰ'ৱেচিয়াৰ নেতাৰ বিবৃতি
June 19th, 06:06 pm
ক্ৰ’ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২৫ চনৰ ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰে।দুয়োখন ৰাষ্ট্ৰৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়াই হৈছে প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ।পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 02nd, 03:00 pm
ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
April 23rd, 02:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।ভাৰত গ্ৰামীণ মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 04th, 11:15 am
মঞ্চত বহি থকা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী জী, ইয়াত উপস্থিত নাবাৰ্ডৰ জ্যেষ্ঠ পৰিচালনা দলৰ সদস্যসকল, আত্মসহায়ক গোটৰ সদস্য, সমবায় বেংকৰ সদস্য, কৃষক উৎপাদন ইউনিয়ন এফ পি অ'ৰ সদস্যসকল, আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলাসকল।PM Modi inaugurates the Grameen Bharat Mahotsav 2025
January 04th, 10:59 am
PM Modi inaugurated Grameen Bharat Mahotsav in Delhi. He highlighted the launch of campaigns like the Swamitva Yojana, through which people in villages are receiving property papers. He remarked that over the past 10 years, several policies have been implemented to promote MSMEs and also mentioned the significant contribution of cooperatives in transforming the rural landscape.ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 22nd, 10:50 pm
মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!Prime Minister Narendra Modi addresses the News9 Global Summit
November 22nd, 09:00 pm
PM Modi addressed the News 9 Global Summit in Stuttgart, Germany, via video conference. Organized by TV9 India in collaboration with F.A.U. Stuttgart, the summit focused on India-Germany: A Roadmap for Sustainable Growth, emphasizing partnerships in economy, sports, and entertainment.ডমিনিকাৰ প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 21st, 09:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুয়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ‘দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন’ৰ সময়ত ডমিনিকাৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী ৰুজভেল্ট স্কেৰিটৰ সৈতে মিলিত হয়।ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা - জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত
November 20th, 07:52 am
শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক সুযোগ প্ৰদান কৰে।যুটীয়া বিবৃতিঃ সপ্তম ভাৰত-জাৰ্মান আন্তঃচৰকাৰী আলোচনা (আইডিচি)
October 25th, 08:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ শ্বোলজে ২০২৪ চনৰ ২৫ অক্টোবৰত নতুন দিল্লীত ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (সপ্তম আইজিচি)ৰ সপ্তম ৰাউণ্ডৰ সহ-অধ্যক্ষতা কৰে। প্ৰতিনিধি দলটোত ভাৰতৰ হৈ প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, বাণিজ্য আৰু উদ্যোগ, শ্ৰম আৰু নিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি (ৰাজ্যিক) আৰু দক্ষতা বিকাশ (ৰাজ্যিক) মন্ত্ৰী আৰু অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু কাৰ্য্য, বৈদেশিক পৰিক্ৰমা, শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰীসকল উপস্থিত থাকে আৰু জাৰ্মান পক্ষৰ পৰা শিক্ষা আৰু গৱেষণাৰ লগতে বিত্ত বিভাগৰ সংসদীয় ৰাজ্যিক সচিব; পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ, পাৰমাণৱিক সুৰক্ষা আৰু গ্ৰাহক সুৰক্ষা; আৰু জাৰ্মানীৰ হৈ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ লগতে দুয়োপক্ষৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা
October 25th, 11:20 am
তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।