এছিয়ান পেৰা গেমছত পুৰুষৰ লং জাম্প টি-৬৪ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে ধৰ্মৰাজ চোলাইৰাজক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
October 27th, 06:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ লং জাম্প টি-৬৪ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ধৰ্মৰাজ চোলাইৰাজক অভিনন্দন জ্ঞাপন কৰে।