ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
March 12th, 03:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
March 11th, 04:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ষ্টেট হাউছ’ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে।দুদিনীয়া ভ্ৰমণৰ বাবে মৰিচাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
March 11th, 08:33 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে মৰিচাছত উপস্থিত হয়। দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মৰিচাছৰ নেতৃত্ব আৰু বিশিষ্ট ব্যক্তি সকলকো সাক্ষাৎ কৰিব।