উত্তৰকাশীৰ ধৰালীৰ শোকাবহ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

August 05th, 04:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰকাশীৰ ধৰালীত সংঘটিত শোকাৱহ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে এই ঘটনাৰ ফলত প্ৰভাৱিত সকলোৰে কুশল কামনা কৰে।