Bengal’s strength is known worldwide, but TMC has trapped it in corruption: PM Modi in Mathurapur
April 23rd, 01:00 pm
Addressing a Vijay Sankalp rally in Mathurapur, West Bengal, PM Modi contrasted BJP’s 11 years of development with TMC’s 15 years of “lies and betrayal.” Targeting the TMC's syndicate culture, he described widespread “cut money” in jobs, land, rations and mandis. He concluded by asserting that a strong wave of change is visible across Bengal, driven by women and youth.Today, against TMC’s jungle raj, people across Bengal are blowing the conch of change: PM Modi in Krishnanagar
April 23rd, 12:45 pm
PM Modi addressed a massive public rally in Krishnanagar, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal. He highlighted 15 years of “scams and broken promises” under TMC, contrasting it with BJP’s vision of “Sabka Saath, Sabka Vikas”. Reaffirming Modi's guarantee, he announced 10 guarantees for women.PM Modi’s high-energy rallies in Krishnanagar and Mathurapur, West Bengal
April 23rd, 12:30 pm
PM Modi addressed massive public gatherings in Krishnanagar and Mathurapur, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal.মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি আৰু ভক্তিমূলক আবৃত্তিৰে প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 24th, 08:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি কয় যে মা জগদম্বেৰ পূজা-অৰ্চনাই মনটোক অসীম শক্তিৰে ভৰাই তোলে, আনহাতে তেওঁৰ ঐশ্বৰিক জ্যোতিয়ে হৃদয়ক উচ্চ চেতনাৰে আলোকিত কৰে। তেওঁ প্ৰাৰ্থনা কৰে যে ঈশ্বৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক দেৱীৰ আশীৰ্বাদত তেওঁৰ সকলো ভক্ত অপৰিসীম শক্তি আৰু আত্মবিশ্বাসৰে পৰিপূৰ্ণ হওক।মা অম্বেৰ উপাসনাৰ ঐশ্বৰিক পৰিবেশ আৰু আধ্যাত্মিক আনন্দৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আলোকপাত
March 23rd, 08:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাতাৰ পূজাৰ পৰা লাভ কৰা শান্তি আৰু শক্তিৰ ওপৰত আলোকপাত কৰি নৱৰাত্ৰিৰ আধ্যাত্মিক গুৰুত্ব সন্দৰ্ভত তেওঁৰ মনোভাৱ শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰতি উৎসর্গীকৃত এটা ভক্তিমূলক স্তুতিগীতো শ্বেয়াৰ কৰে।নৱৰাত্ৰিৰ সময়ত ভক্তিৰ অপৰিসীম শক্তিৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰি মাতৃ দেৱীৰ ভক্তিৰ পৰা আহৰণ কৰা গভীৰ শক্তিৰ বিষয়ত গুৰুত্ব আলোকপাত কৰে।মটুৱা ধৰ্ম মেলাৰ ভক্ত আৰু অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
March 16th, 01:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মতুৱা ধৰ্ম মেলাৰ সকলো ভক্ত আৰু অংশগ্ৰহণকাৰীক শুভেচ্ছা জনাইছে। এই বিশেষ অনুষ্ঠানটো পূৰ্ণ ব্ৰহ্মা শ্ৰী হৰিচান্দ ঠাকুৰ জীৰ জয়ন্তীৰ সৈতে জড়িত। মই তেওঁক মোৰ নম্র প্ৰণিপাত জনাইছো। তেওঁৰ চিন্তা আৰু শিক্ষাই বহুলোকক শক্তি আৰু আশা প্ৰদান কৰি আহিছে। তেওঁলোকে মৰ্যাদা, সমতা আৰু ভক্তিৰ এক শক্তিশালী আন্দোলন জাগ্ৰত কৰিছিল। তেওঁ প্ৰজন্মৰ পাছত প্ৰজন্মক ধাৰ্মিকতা, সম্প্রীতি আৰু সামূহিক উত্থানৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল, শ্ৰী মোদীয়ে কয়।পুলৱামাৰ সাহসী বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰীৰ
February 14th, 11:06 am
২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত প্ৰাণ আহুতি দিয়া সাহসী বীৰসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ নিষ্ঠা, সংকল্প আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আমাৰ সামূহিক চেতনাত চিৰদিনৰ বাবে খোদিত হৈ ৰ'ব আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ অদম্য সাহসৰ পৰা শক্তি লাভ কৰিব।ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
February 11th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।সোমনাথৰ কালজয়ী তাৎপৰ্যৰ কথা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 09th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথৰ কালজয়ী তাৎপৰ্যক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰি এই মন্দিৰক ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ভক্তিৰ চিৰন্তন মূৰ্তি বুলি অভিহিত কৰে।