মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে

September 26th, 07:00 pm

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 13th, 09:03 pm

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

December 12th, 12:23 pm

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডনৱিছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জনায়

December 05th, 08:45 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জ্ঞাপন কৰিছে। উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

Congress pushed farmers into crisis in Maharashtra: PM Modi in Ahmednagar

May 07th, 10:20 pm

Prime Minister Narendra Modi addressed a public meeting in Ahmednagar, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil and acknowledged his role in the progress of the state.

INDI alliance was defeated in first phase of elections, & devastated in second: PM Modi in Beed

May 07th, 03:45 pm

Prime Minister Narendra Modi addressed public meeting in Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.

PM Modi addresses public meetings in Ahmednagar & Beed, Maharashtra

May 07th, 03:30 pm

Prime Minister Narendra Modi addressed public meetings in Ahmednagar and Beed, Maharashtra, rallying support for BJP and NDA ahead of the upcoming elections. Addressing the gathering, PM Modi emphasized the significant contributions of Maharashtra in development, cooperative movements, and the legacy of Balasaheb Vikhe Patil. He fondly remembered Balasaheb Vikhe Patil, acknowledging his role in the progress of the state.

The INDI Alliance struggles with a lack of substantial issues: PM Modi in Wardha

April 19th, 06:00 pm

Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.

Enthusiasts of Wardha, Maharashtra welcome PM Modi at a public meeting

April 19th, 05:15 pm

Prime Minister Narendra Modi attended & addressed a public meeting in Wardha, Maharashtra. The PM was enamoured by the audience. The PM too showered his love and admiration on the crowd.

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ

July 09th, 06:54 pm

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিশে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

PM Modi congratulates Shri Eknath Shinde and Shri Devendra Fadnavis

June 30th, 08:40 pm

The Prime Minister, Shri Narendra Modi has congratulated Shri Eknath Shinde on taking oath as Chief Minister of Maharashtra.

In the next 5 years, both Maharashtra and Haryana will reach new heights: PM Modi

October 24th, 07:40 pm

PM Modi addressed BJP karyakartas at the party headquarters in Delhi today. He said, “Even before Diwali, the way people of Haryana and Maharashtra have put their faith in BJP, I want to thank them from the core of my heart.”

দিল্লীত বিজেপিৰ কাৰ্যালয়ত কৰ্মকৰ্তাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

October 24th, 07:38 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাক সম্বোধন কৰে৷ তেওঁ কয়, ‘দিৱালীৰ পূ্ৰ্বে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণে বিজেপিৰ প্ৰতি যি আস্থা প্ৰকাশ কৰিলে, তাৰ বাবে মই মোৰ অন্তৰৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছো৷’

The first 100 days of our government at the Centre have been marked by Promise, Performance and Delivery: PM Modi

September 19th, 04:29 pm

Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.

PM Modi addresses public meeting in Nashik, Maharashtra

September 19th, 04:15 pm

Addressing a large public meeting of supporters in Nashik, Maharashtra, PM Modi described the major milestones achieved by the state BJP government in the last five years. The first 100 days have been marked by Promise, Performance and Delivery, said PM Modi.

মিছন সূৰ্য টীমৰ সদস্যক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 29th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ দহগৰাকী আদিবাসী শিক্ষাৰ্থীৰ এটি দলক সাক্ষাৎ কৰে৷ শিক্ষাৰ্থীকেইগৰাকী হ’ল মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ আদিবাসী বিকাশ বিভাগৰ ‘মিছন সূৰ্য’ টীমৰ অংশ৷ ইয়াৰে ৫গৰাকী শিক্ষাৰ্থীয়ে ২০১৮ৰ মে’ত সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে৷

Social Media Corner 3 December 2017

December 03rd, 07:03 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM expresses happiness over BJP's win in Maharashtra Gram Panchayat polls

October 10th, 10:53 am

PM Narendra Modi today thanked people of Maharashtra for the impressive win of BJP in Gram Panchayat polls. Taking to twitter, the Prime Minister said that the win demonstrated the unwavering support of the farmers, youth and poor for BJP's development agenda.