নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে উগাণ্ডাৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
September 13th, 05:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে উগাণ্ডা গণৰাজ্যৰ উপ-ৰাষ্ট্ৰপতি জেছিকা ৰ’জ এপেল আলুপ’ৰ সৈতে সৌহাদ্যপূৰ্ণ আৰু ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয়।নতুন দিল্লীত ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
September 13th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰীযুত কাছিম-জ’মাৰ্ট টোকায়েভক সাক্ষাৎ কৰে।অষ্টাদশ ব্ৰিকছ সন্মিলন অধিৱেশনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ মূলপাঠঃ ‘স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাঃ সমন্বিত বিশ্ব উন্নয়নৰ বাবে ভৱিষ্যত গঠন’
September 13th, 11:00 am
ব্ৰিকছৰ সম্প্ৰসাৰিত পৰিয়াললৈ আপোনালোক সকলোকে সম্ভাষণ জনাইছো।আজি এই মিলনে বিভিন্ন মহাদেশ, সংস্কৃতি আৰু উন্নয়নমূলক যাত্ৰাক একত্ৰিত কৰিছে। ই ব্ৰিকছৰ বৰ্ধিত শক্তি, আকৰ্ষণ আৰু অভূতপূৰ্ব আত্মবিশ্বাসৰ প্ৰমাণ।প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমৰ
September 10th, 02:59 pm
আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ (একেডিএন) অধ্যক্ষ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।গুজৰাটৰ বদোদৰাত ‘বিকশিত ভাৰতৰ বাবে নমো’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ বদোদৰাত ৩৫০০০ কোটিতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
September 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 07th, 11:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১২বজাত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত সকলকো সম্বোধন কৰিব।ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 05th, 10:00 am
কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰ তিনিটা বিভাগৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে হৈছে ৮২ গৰাকী শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ ভিতৰত আছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ ৪৮ গৰাকী শিক্ষক, উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ ২১ গৰাকী শিক্ষক/ফেকাল্টি সদস্য, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৩ গৰাকী দক্ষতা প্ৰশিক্ষক।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি
August 30th, 01:30 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতিপ্ৰধানমন্ত্ৰীয়ে ২৭ আগষ্টত খেলো ইণ্ডিয়া ডায়লগত যুৱসমাজক সম্বোধন কৰিব
August 26th, 10:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আগষ্টত দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খেলো ইণ্ডিয়া ডায়লগ সম্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মক ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ সৈতে জড়িত কৰাত সহায় কৰা, তেওঁলোকৰ আকাংক্ষা শ্বেয়াৰ কৰাৰ লগতে এক শক্তিশালী যুৱ-নেতৃত্বাধীন বিকশিতত ভাৰতৰ ধাৰণা আগবঢ়োৱা।২০২৫ বৰ্ষৰ আই এফ এছ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
August 24th, 07:13 pm
ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ) ৰ ২০২৫ বেচৰ প্ৰশিক্ষাৰ্থীসকলে আজি সেৱা তীৰ্থত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই গোটটোত সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৫০ গৰাকী আই এফ এছ বিষয়া প্ৰশিক্ষাৰ্থী আছিল।প্ৰধানমন্ত্ৰীক সাক্ষাৎ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ
August 22nd, 06:11 pm
নতুন দিল্লীত আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।অৰ্থনৈতিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 21st, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয় উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত
August 20th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সচিবসকলৰ সৈতে আন্তঃগাঁথনি আৰু সংযোগ, নিৰাপত্তা আৰু বৈদেশিক পৰিক্ৰমা আৰু শাসনৰ সৈতে জড়িত মন্ত্ৰালয় তথা বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে দুটা গোটৰ সচিবৰ সৈতে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সচিবসকলে তাৎক্ষণিক বিষয় আৰু পৰিসংখ্যাৰ বিষয়ত চিন্তা কৰাৰ উপৰি দেশৰ ভৱিষ্যত কেনেদৰে গঢ় দিব লাগে সেই সম্পৰ্কেও দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চিন্তা কৰিব লাগে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে
August 20th, 09:04 pm
ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণলৈ অহা জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো ক’ইজুমিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।পশ্চিমবংগ, ওড়িশা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ আঠখন জিলা সামৰি চাৰিটা মাল্টিট্ৰেক প্ৰকল্পত কেবিনেটৰ অনুমোদন: প্ৰায় ৪১০ কিলোমিটাৰলৈ বৃদ্ধি পাব ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক
August 19th, 03:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৯,৪৫০ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে:আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা টেলিফোন কল লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
August 08th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে।কেন্দ্ৰীয় কেবিনেটে সংকুচিত জৈৱ গেছৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় একত্ৰিত আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে, যাৰ বাবে ব্যয় হ’ব ২৩,৭৩১ কোটি টকা
August 06th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মুঠ ২৩,৭৩১ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় একত্ৰিত জৈৱ শক্তি আঁচনি গোবৰ্ধনত অনুমোদন জনাইছে।৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিলৰ সাত বছৰ পূৰ্তি উপলক্ষ্যে ইয়াৰ গুৰুত্বৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 05th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫ আগষ্ট, ২০১৯ত ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ বাতিলৰ ঐতিহাসিক সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোক ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে উল্লেখ কৰে। ।