ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 02:12 pm

আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।

শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 23rd, 02:00 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।

২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 22nd, 02:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।

বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰচৌহদ উদ্বোধনকৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 19th, 10:31 am

বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, এই ৰাজ্যৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া,আমাৰ বৈদেশিক মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ ডাঙৰীয়া, ভিন্ন দেশৰ মহামহিম আৰু ৰাষ্ট্ৰদূতসকল,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলতথাএই অনুষ্ঠানত উপস্থিত থকা বন্ধু-বান্ধৱীসকল!

বিহাৰৰ ৰাজগীৰত ‘নালন্দা বিশ্ববিদ্যালয় চৌহদ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 19th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন ভাৰত আৰু ‘পূব এছিয়া সন্মিলন’ (ইএএছ)ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা হিচাপে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।

Family based parties are busy in their own welfare, but BJP is worried about families of common citizens: PM Modi in Telangana

October 01st, 03:31 pm

Addressing a public meeting in Mahabubnagar, Telangana, PM Modi said, The government of Telangana is a car but the steering wheel is in the hands of someone else. The progress of Telangana has been halted by two family-run parties. Both of these family-run parties are known for their corruption and commission. Both of these parties have the same formula. The party is of the family, by the family and for the family.”

PM Modi addresses a public meeting at Mahabubnagar, Telangana

October 01st, 03:30 pm

Addressing a public meeting in Mahabubnagar, Telangana, PM Modi said, The government of Telangana is a car but the steering wheel is in the hands of someone else. The progress of Telangana has been halted by two family-run parties. Both of these family-run parties are known for their corruption and commission. Both of these parties have the same formula. The party is of the family, by the family and for the family.”

শ্বাহডোলত ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূল মিছনৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 01st, 10:56 pm

কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, কেন্দ্ৰীয় কেবিনেটৰ পৰা মোৰ সহযোগীসকল, শ্ৰী মানসুখ মাণ্ডবিয়া জী, শ্ৰী ফাগন সিং কুলাষ্টে জী, অধ্যাপক এছ.পি.সিং বাঘেল জী, শ্ৰীমতী. ৰেনুকা সিং সৰুতা জী, ড° ভাৰতী পাৱাৰ জী, শ্ৰী বিশ্বেশ্বৰ টুডু জী, সংসদ সদস্য শ্ৰী ভি.ডি. শৰ্মা জী, মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, সকলো বিধায়ক, এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগ দিয়া আন আন সন্মানীয় অতিথিসকল, আৰু আমাৰ সকলোকে আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যক ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল!

মধ্যপ্ৰদেশৰ শ্বাহদলত ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান আৰম্ভ প্ৰধানমন্ত্ৰীৰ

July 01st, 03:29 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ শ্বাহদলত ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰি হিতাধিকাৰীসকলক ছিকেল চেল জেনেটিক ষ্টেটাছ কাৰ্ড বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-PMJAY) কাৰ্ড বিতৰণৰ কামো আৰম্ভ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ষোড়শ শতিকাৰ মাজভাগৰ গণ্ডৱানাৰ শাসক ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধা জনায়।