বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী সম্ৰাট চৌধুৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 15th, 02:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰীক অভিনন্দন জনায়।মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে উপ-মুখ্যমন্ত্ৰীদ্বয়ৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
February 24th, 10:02 pm
মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী ইউমনাম খেমচাঁদ সিংহই উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰীমতী নেমচা কিপজেন আৰু শ্ৰী ল'ছি দিখোৰ সৈতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মণিপুৰৰ নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 04th, 11:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী য়ুমনম খেমচান্দ সিং জীক অভিনন্দন জনায়।মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা সুনেত্ৰ পাৱাৰজীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
January 31st, 05:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা সুনেত্ৰ পাৱাৰজীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয়- “মই নিশ্চিত যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ দৃষ্টিভংগী পূৰণ কৰিব”।বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
December 22nd, 03:33 pm
বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নিতীশ কুমাৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ
December 03rd, 02:25 pm
নতুন দিল্লীত আজি তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী ভট্টি বিক্ৰমাৰ্কা মাল্লুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জনায়
December 05th, 08:45 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জ্ঞাপন কৰিছে। উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।