প্ৰধানমন্ত্ৰীয়ে ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণ কৰিব
November 08th, 09:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণেৰে দিনৰ প্ৰায় ১২:৩০ বজাত উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটি স্মাৰক ডাকটিকট মুকলিৰ লগতে সমবেতসকলক সম্বোধন কৰিব।ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক
September 11th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 10th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 28th, 09:36 pm
আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
January 28th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।ডেৰাডুনত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলনত থলুৱা সামগ্ৰীৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
December 08th, 05:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত অনুষ্ঠিত ‘বিনিয়োগকাৰী সন্মিলন’ত প্ৰদৰ্শিত থলুৱা সামগ্ৰীসমূহৰ আভাস ব্যক্ত কৰে।৮ ডিচেম্বৰত ডেৰাডুন ভ্ৰমণেৰে ‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
December 06th, 02:38 pm
‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ হৈছে উত্তৰাখণ্ডক এক নতুন বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত এটি পদক্ষেপ। ৮ আৰু ৯ ডিচেম্বৰ, ২০২৩ত দুদিনীয়া সন্মিলনখনিৰ বিষয়বস্তু হৈছে - “শান্তিৰপৰা সমৃদ্ধিলৈ” (Peace to Prosperity)।”১২ অক্টোবৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 10th, 08:12 pm
পুৱা প্ৰায় ৮:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পিথোৰাগড় জিলাৰ জলিংকঙত উপস্থিত হ’ব, য’ত তেওঁ পাৰ্বতী কুণ্ডত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই স্থানত পবিত্ৰ আদি-কৈলাশৰ পৰা আশীৰ্বাদো বিচাৰিব। আধ্যাত্মিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে এই অঞ্চলটো সুপৰিচিত।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।২৫ মে’ত দেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক যাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 24th, 04:18 pm
উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত ৰে’ল৷ বিশ্বমানৰ সুবিধাসম্পন্ন এই ৰে’লখনে আৰামদায়ক যাত্ৰা অভিজ্ঞতা, বিশেষকৈ ৰাজ্যখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে এক নতুন যুগৰ সূচনা কৰিব৷ থলুৱাভাৱে নিৰ্মিত এই ৰে’লখনত কবক প্ৰযুক্তিকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰে সমৃদ্ধ৷ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 29th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে ডেৰাডুনৰ ‘কেভি অ’এনজিচি’-ৰ ছাত্ৰী কুমাৰী দিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
January 07th, 03:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনৰ ‘কেভি অ'এনজিচি’ৰ ছাত্ৰী কুমাৰী দিয়াক পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে প্ৰশংসা কৰে।উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন প্রধানমন্ত্রীৰ
March 23rd, 02:30 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন জনাইছে।ডেৰাডুনৰ ছাত্ৰ অনুৰাগ ৰামোলাই অতি কম বয়সতে ৰাষ্ট্ৰীয় স্বাৰ্থজনিত বিষয়সমূহত যি দৃষ্টিভংগীৰ পৰিচয় দাঙি ধৰিছে তাৰ প্ৰতি মুগ্ধ হৈ তেওঁলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰীয়ে
March 11th, 02:25 pm
দেশৰ যুৱ প্ৰজন্ম, বিশেষকৈ শিক্ষাৰ্থীসকলৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰি মনোবল বৃদ্ধি কৰি আহিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 'মন কি বাত', 'পৰীক্ষা পে চৰ্চা' বা ব্যক্তিগত আলাপেই হওঁক প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে যুৱপ্ৰজন্মক তেওঁলোকৰ উদ্বেগ আৰু কৌতূহলসমূহ বুজি সদায়ে উৎসাহিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অনুৰাগ ৰামোলাৰ পত্ৰৰ উত্তৰ দি তেওঁৰ কলা আৰু ভাৱনা ভূয়সী প্ৰশংসা কৰে।Working for development of Uttarakhand is priority for BJP-led government: PM Modi
February 07th, 02:40 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”PM Modi addresses a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun
February 07th, 02:39 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”We believe in the mantra of "Nation First, Always First”: PM Modi
December 04th, 12:35 pm
PM Modi inaugurated and laid foundation stone of various projects worth around Rs 18,000 crore in Dehradun. “Our mountains are not only strongholds of faith and our culture, they are also the fortresses of our country's security. One of the top priorities of the country is to make life easier for the people living in the mountains, he remarked at a public meeting.দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 04th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পত ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’(ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছ জাংকশ্যনৰ পৰা দেৰাদুনলৈ), ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’ৰ পৰা গ্ৰীণফিল্ড সংযোগী প্ৰকল্প’, ‘হালগোৱা, ছাহাৰানপুৰৰ পৰা ভদ্ৰবাদলৈ, হৰিদ্বাৰ, হৰিদ্বাৰ ৰিংৰোড প্ৰকল্প, দেৰাদুন-পাওণ্টা ছাহিব(হিমাচল প্ৰদেশ) পথ প্ৰকল্প’, ‘নাজিবাবাদ-কোটদৱাৰ পথ বহলীকৰণ প্ৰকল্প’ আৰু লক্ষ্ণণ ঝুলাৰ কাষত গংগাৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰকল্প সামৰি লোৱা হৈছে। তেওঁ দেৰাদুনত ‘শিশু-অনুকূল মহানগৰ প্ৰকল্প’, পানী যোগান উন্নয়ণ প্ৰকল্প, দেৰাদুনৰ পথ আৰু পয়-প্ৰণালী উন্নয়ণ প্ৰকল্প, শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনাত্ৰী ধামৰ আন্তঃগাঁথনি উন্নয়ণ প্ৰকল্প আৰু হৰিদ্বাৰ চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।