ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

February 25th, 08:20 pm

এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।

ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 25th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi

February 14th, 04:57 am

During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.

তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ আৰু ভাৰত আৰু তাঞ্জানিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰম্ভ কৰাৰ সময়ত দুইদেশৰ যৌথ বিবৃতি

October 09th, 06:57 pm

১. ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আমন্ত্ৰণ ৰক্ষা কৰি তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ছামিয়া চুলুহু হাছানে ২০২৩ চনৰ ৮-১০ অক্টোবৰলৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হৈছে, তেওঁৰ লগতে বৈদেশিক পৰিক্ৰমা আৰু পূৱ আফ্ৰিকান সহযোগিতা মন্ত্ৰী সন্মানীয় জানুৱাৰী মাকাম্বা (এম পি), আৰু বিভিন্ন খণ্ডৰ অন্যান্য সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে তাঞ্জানিয়াৰ বাণিজ্যিক সমুদায়ৰ সদস্যকে ধৰি এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে এই ভ্ৰমণত অংশগ্ৰহণ কৰে।