Prime Minister Narendra Modi receives a telephone call from the Chancellor of Germany
September 10th, 06:24 pm
Prime Minister Shri Narendra Modi received a telephone call today from the Chancellor of the Federal Republic of Germany, H.E. Friedrich Merz.পেৰিছত স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে দিয়া মন্তব্যৰ ইংৰাজী অনুবাদ
September 06th, 10:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 06th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি
September 03rd, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
September 03rd, 01:00 pm
বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ
August 31st, 09:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ মাজতে বিচকেকত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামান্য ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। এয়া আছিল এই বছৰৰ তেওঁলোকৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই ২০২৫চনৰ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা ২৩ সংখ্যক বাৰ্ষিক সন্মিলনত মিলিত হৈছিল।আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
August 31st, 03:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ্মেনিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নিকোল পাচিনিয়ানে আজি ২৬ সংখ্যক এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে কিৰগিজ গণৰাজ্যৰ বিচকেকত সাক্ষাৎ কৰে। চলিত বৰ্ষৰ জুন মাহত আৰ্মেনিয়াৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পাচিনিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এইয়া হৈছে প্ৰথমখন বৈঠক ।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি
August 30th, 01:30 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতিউজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য
August 29th, 08:45 am
ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে মই এক চৰকাৰী ভ্ৰমণসূচীৰে ২৯-৩০ আগষ্টত তাছখণ্ড ভ্ৰমণ কৰিম। শেহতীয়া বছৰসমূহত ভাৰত-উজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্বই বিশেষ গতি লাভ কৰিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণ
August 27th, 05:14 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়য়েভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ২৯-৩০ আগষ্টত উজবেকিস্তান ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ ৰ যুটীয়া উন্নয়নমূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্ৰপতি মিৰ্জিয়য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পৰৱৰ্তী সময়ত, কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি সদিৰ ঝাপাৰোভৰ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক 'এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেকলৈ যাত্ৰা কৰিব। তেওঁ ষষ্ঠ 'ৱৰ্ল্ড নমেড গেমছ'ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।অৰ্থনৈতিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 21st, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকনমিক টাইমছ ৱ’ৰ্ল্ড লীডাৰ্ছ ফ’ৰাম ২০২৬ত ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয় উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত
August 20th, 09:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সচিবসকলৰ সৈতে আন্তঃগাঁথনি আৰু সংযোগ, নিৰাপত্তা আৰু বৈদেশিক পৰিক্ৰমা আৰু শাসনৰ সৈতে জড়িত মন্ত্ৰালয় তথা বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে দুটা গোটৰ সচিবৰ সৈতে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সচিবসকলে তাৎক্ষণিক বিষয় আৰু পৰিসংখ্যাৰ বিষয়ত চিন্তা কৰাৰ উপৰি দেশৰ ভৱিষ্যত কেনেদৰে গঢ় দিব লাগে সেই সম্পৰ্কেও দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চিন্তা কৰিব লাগে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে
August 20th, 09:04 pm
ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণলৈ অহা জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো ক’ইজুমিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ
August 15th, 04:44 pm
আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।১২ বছৰীয়া পৰিৱৰ্তনঃ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
August 15th, 01:18 pm
স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত সংঘটিত ভাৰতৰ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি উৎপাদন, ডিজিটেল আন্তঃগাঁথনি, মৌলিক সুবিধা, শক্তি সুৰক্ষা, যুৱ সবলীকৰণ, উদ্ভাৱন, সামাজিক সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহত হোৱা অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত বিকশিত ভাৰতৰ দিশত দেশখনৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আহ্বান জনায়
August 15th, 12:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে দেশখনৰ যাত্ৰা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায়। দেশৰ কৰ্ম সংস্কৃতি, চিন্তাধাৰা আৰু বিস্তৃত উচ্চাকাংক্ষাৰ পৰিৱৰ্তনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিক, চৰকাৰ, উদ্যোগ, কৃষক, যুৱক-যুৱতী আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰ সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।