পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ কৰা দীপক নেহৰাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
August 07th, 08:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভৰ বাবে মল্লযুঁজাৰু দীপক নেহৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছে।