প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
August 13th, 05:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে।