মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডৰ ১৩খন জিলা সামৰি কেবিনেটৰ অনুমোদন জনোৱা চাৰিটা মাল্টিট্ৰেকিং প্ৰকল্পই ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৫৭৪ কিলোমিটাৰ বৃদ্ধি কৰিব
July 31st, 03:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি মুঠ প্ৰায় ১১,১৬৯ কোটি টকা ব্যয় সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ ৪ (চাৰি)টা প্ৰকল্পত অনুমোদন জনায়। । এই প্ৰকল্পসমূহৰ ভিতৰত আছে: