প্ৰধানমন্ত্ৰীয়ে দমনত উদ্বোধন কৰিলে নমো চিকিৎসালয়
June 05th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো চিকিৎসালয় উদ্বোধন কৰে। তেওঁ কয় যে এই পদক্ষেপৰ সৈতে জনসাধাৰণক গুণগত স্বাস্থ্য চিকিৎসা প্ৰদানৰ দিশত চলি থকা প্ৰচেষ্টাৰ মিল আছে। তেওঁ লগতে উল্লেখ কৰি যে চিকিৎসালয়খনত আধুনিক সকলো সুবিধা আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল তথা ই ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।Prime Minister inaugurates modern terminal building at Daman’s Namo Airport
June 05th, 10:18 pm
To cater to the growing infrastructure needs of Daman, PM Modi inaugurated a modern terminal building at Daman’s Namo Airport. He stated that the terminal building is set to significantly boost both tourism and commercial activities in the region.Prime Minister plants tree in Surat under the 'Ek Ped Maa Ke Naam' campaign on World Environment Day
June 05th, 10:11 pm
PM Modi plants tree in Surat under the ‘Ek Ped Maa Ke Naam’ campaign on World Environment Day and urged citizens to renew their collective commitment towards making nature greener and protecting it for future generations. The initiative reflects the shared responsibility of environmental conservation and sustainable development.Prime Minister attends exhibition in Hazira, Gujarat
June 05th, 10:08 pm
PM Modi attended an exhibition in Hazira, Gujarat, showcasing India’s growing defence manufacturing capabilities under the Make in India initiative. He highlighted the exhibition as a reflection of the country’s efforts to promote indigenization and strengthen self-reliance in the defence sector, reinforcing the vision of Aatmanirbhar Bharat.Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:00 pm
দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব
March 07th, 07:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭-৮ মাৰ্চত কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ আৰু গুজৰাট ভ্ৰমণ কৰিব। তেওঁ ৭ মাৰ্চত চিলভাছা ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত তেওঁ ‘এনএএমঅ' হস্পিতাল’ (প্ৰথম পৰ্যায়) উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত তেওঁ চিলভাছাত কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ২৫৮০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত তেওঁ চুৰাট ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৫ বজাত তেওঁ ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান’ আৰম্ভ কৰিব। ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে নৱসাৰী ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ ‘লাখপতি দিদি’সকলৰ সৈতে বাৰ্তালাপ কৰিব যাৰ পিছত এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰা হ'ব।দমনত নমো পথ, দেৱকা সমুদ্ৰ তীৰ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 25th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো পথ, দেৱকা সমুদ্ৰ তীৰ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সৈতে এখন আলোকচিত্ৰৰ বাবেও প’জ দিয়ে। তেওঁ নয়া ভাৰত চেলফি পইণ্টো পৰিদৰ্শন কৰে।ছিলভাছাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 25th, 04:50 pm
মঞ্চত উপস্থিত শ্ৰীমান প্ৰফুল্ল পেটেল, সাংসদ শ্ৰী বিনোদ সোণকাৰ, সাংসদ ভগ্নী কালাবেন, জিলা পৰিষদৰ সভানেত্ৰী নিশা ভৱৰ জী, ভাই ৰাকেশ সিং চৌহান জী, চিকিৎসা জগতৰ বন্ধুসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল৷ কেম চো মাজা, সুখ মা, সন্তোষ মা, আনন্দ মা, প্ৰগতি মা, বিকাশ মা...ৱাহ। যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই মোৰ হৃদয় আনন্দৰে ভৰি পৰে। দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ উন্নয়ন যাত্ৰা দেখি মোৰ বহুত আনন্দ লাগিছে। আৰু এতিয়া ভিডিঅ’টো চোৱা কোনোৱেই কল্পনা কৰিব নোৱাৰে যে ইমান সৰু এলেকাত চাৰিফালে কিমান আধুনিক আৰু দ্ৰুত বিকাশ হৈছে, সেইটো আমি ভিডিঅ’টোত বহুত ভালকৈ দেখিছো।ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত ৪৮৫০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
April 25th, 04:49 pm
আজি ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮৫০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট মুকলি, আৰু চৰকাৰী বিদ্যালয়, দমনৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, বিভিন্ন পথ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহল কৰা, মাছৰ বজাৰ, বজাৰ-সমাৰ আদি ৯৬টা প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন আদি। প্ৰধানমন্ত্ৰীয়ে ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক ঘৰৰ চাবিও প্ৰদান কৰে।২৪ আৰু ২৫ এপ্ৰিলত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 21st, 03:02 pm
২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।প্ৰধানমন্ত্ৰীয়ে দিউৰ বিশেষ সন্দৰ্ভত, উপকূলীয় স্বচ্ছতা আৰু বিকাশৰ ওপৰত এটা উল্লেখযোগ্য টুইট থ্ৰেড শ্বেয়াৰ কৰে
April 07th, 11:17 am
দমন আৰু দিউৰ সংসদ সদস্য শ্ৰী লালুভাই পেটেলৰ ব্লু ফ্লেগ সমুদ্ৰ-তীৰৰ বিষয়ে এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ প্ৰায় ৭১,০০০ নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
November 22nd, 10:31 am
আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে
November 22nd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।গোৱাৰ পানাজীৰ হৰ ঘৰ জল উৎসৱত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
August 19th, 04:51 pm
নমস্কাৰ, গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তজী, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতজী, গোৱা চৰকাৰৰ অন্যান্য মন্ত্ৰী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আজি এক অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ দিন। শ্ৰী কৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশতে উদযাপন কৰা হয়। সমগ্ৰ বিশ্বতে বিয়পি পৰা ভগৱান কৃষ্ণৰ ভক্তসকলক সকলো দেশবাসীক বহুত অভিনন্দন জনাইছো। জয় শ্ৰী কৃষ্ণ।প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱত সম্বোধন কৰে
August 19th, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানটো পানাজী গোৱাত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱৎ অন্যতম আছিল। প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে শ্ৰীকৃষ্ণৰ ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰে।PM speaks to CMs of Maharashtra & Gujarat regarding cyclone situation
June 02nd, 07:45 pm
The Prime Minister, Shri Narendra Modi has spoken to Chief Minister of Maharashtra Shri Uddhav Thackeray, Chief Minister of Gujarat Shri Vijay Rupani and Administrator of Daman Diu, Dadra and Nagar Haveli Shri Praful K Patel regarding the cyclone situation. He assured all possible support and assistance from the Centre.