জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 02:18 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 23rd, 12:45 pm
জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 23rd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 21st, 06:45 am
দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া বিংশ জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মহামান্য চিৰিল ৰামাফোছাৰ আমন্ত্ৰণত মই ২০২৫ চনৰ ২১ৰ পৰা ২৩ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ আছো।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.Prime Minister interacts with Presidents of the South Africa and Brazil at G7 summit
June 18th, 03:05 pm
The Prime Minister Shri Narendra Modi held substantive and heartfelt conversations with President of Republic of South Africa, H.E Mr. Cyril Ramaphosa and President of Brazil, H.E Mr. Luiz Inácio Lula da Silva at the G7 Summit at Kananaskis, Canada on 17th June 2025. He reaffirmed India’s unwavering commitment to championing the cause of the Global South.জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 18th, 02:51 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰে।দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা শ্ৰীমান চাইৰিল ৰামাফোছাক প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনাইছে
June 17th, 05:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমান চাইৰিল ৰামাফোছাক দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰে।দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
August 23rd, 03:05 pm
দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে প্ৰতিৰক্ষা, কৃষি, বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।Prime Minister participates in the BRICS Leaders Retreat Meeting
August 22nd, 11:58 pm
PM Modi participated in the BRICS Leaders Retreat at the Summer Place in Johannesburg. The Retreat which took place in closed format, was an opportunity for the leaders to discuss global developments and ways for leveraging the BRICS platform to find solutions to global challenges.দক্ষিণ আফ্রিকা আৰু গ্রীচ ভ্ৰমণৰ প্রাক্কালত প্রধানমন্ত্রীৰ বিবৃতি
August 22nd, 06:17 am
ব্রিকছ গোষ্ঠী বিভিন্ন ক্ষেত্রত শক্তিশালী সহযোগিতা গঢ়ি তুলি উদ্যোগী হৈছে। এই গোষ্ঠী বিভিন্ন উন্নয়নশীল উদ্যোগ আৰু বহুস্তৰীয় ব্যৱস্থাৰ সংস্কাৰসহ বিকাশশীল ৰাষ্ট্রসমূহৰ নানা সমস্যাক লৈ আলোচনা তথা সিবিলাকৰ সমাধানৰ পথ সন্ধান কৰাৰ এখন মঞ্চ হৈ উঠিছে, আমি ইয়াক মান্যতা দিওঁ। ভৱিষ্যতে কোন কোন ক্ষেত্রত সহযোগিতা গঢ়ি তুলিব লাগিব আৰু এই সংগঠনৰ নানা প্রতিষ্ঠানিক উন্নয়ন সন্দৰ্ভত এই শীর্ষ সন্মিলনত আলোচনা হ'ব।Prime Minister Narendra Modi speaks with President of South Africa
August 03rd, 08:26 pm
PM Modi had a telephone conversation today with His Excellency, Mr. Matemela Cyril Ramaphosa, President of the Republic of South Africa. The two leaders positively assessed the progress in bilateral cooperation, including in the context of the thirtieth anniversary of establishment of bilateral diplomatic relations being celebrated in 2023.দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
June 10th, 10:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 27th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৭ জুনত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে বৈঠকত মিলিত হয়।দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতেমেলা চিৰিল ৰামাফোচাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী
February 04th, 09:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামান্য মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।PM Modi participates in 12th BRICS Summit
November 17th, 04:00 pm
Prime Minister Shri Narendra Modi led India’s participation at the 12th BRICS Summit, convened under the Chairship of President Vladimir Putin of Russia on 17 November 2020, in a virtual format.Telephone Conversation between PM and President of the Republic of South Africa
April 17th, 08:58 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with H.E. Cyril Ramaphosa, President of the Republic of South Africa.PM Modi's remarks at BRICS Dialogue with Business Council and New Development Bank
November 14th, 09:40 pm
PM Modi addressed the Dialogue with BRICS Business Council and New Development Bank. The PM said the BRICS Business Council should make a roadmap of achieving the target of $500 billion Intra-BRICS trade. He also urged BRICS nations and New Development Bank to join coalition for disaster resilient infrastructure.ভাৰতত ব্ৰিকছ জল মন্ত্ৰালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱনা
November 14th, 08:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলত একাদশ ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰে৷ উক্ত বৈঠকত ব্ৰিকছ দেশসমূহৰ অন্যান্য মুৰব্বীসকলো উপস্থিত আছিল৷