PM to visit West Bengal on 20-21 June
June 19th, 11:54 am
PM Modi is set to visit West Bengal on 20-21 June, where he will participate in Paschimbanga Divas celebrations, launch development projects across multiple sectors and release the 23rd PM-KISAN instalment worth ₹18,880 crore benefiting over 9.44 crore farmers. During the visit, he will also lead the International Day of Yoga celebrations in Kolkata and commission three indigenously designed and built naval ships, reinforcing India’s maritime capabilities and Aatmanirbharta.Prime Minister highlights efforts to preserve and promote India’s cultural heritage
June 18th, 02:33 pm
The Prime Minister, Shri Narendra Modi has highlighted efforts to preserve and promote India’s cultural heritage and said that India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
June 15th, 05:40 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ব্ৰাটিশ্লাভাৰ ঐতিহাসিক দুৰ্গত শ্লভাক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিৎচোৱে উষ্ম আদৰণি জনায়। ব্ৰাটিশ্লাভাত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়।ৰাজা পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
June 15th, 03:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজা পৰ্ব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ
June 14th, 09:32 pm
ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০ গ্ৰহণফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা মিলিত প্ৰধানমন্ত্ৰী
June 14th, 08:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুন, ২০২৬ত নাইচৰ ভিলা কেৰিলছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ইমানুৱেল মেক্ৰনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক 'বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব'ৰ পৰ্যায়লৈ উন্নীত কৰাৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এয়া আছিল প্ৰথমখন বৈঠক।The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে দীৰ্ঘতম কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰশংসা কৰি মন্ত্ৰীসভাৰ এটা প্ৰস্তাৱ গৃহীত
June 10th, 01:50 pm
কেন্দ্ৰীয় কেবিনেটে আজি দেশৰ দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতীয় গণতন্ত্ৰৰ যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি এটা প্ৰস্তাৱ গৃহীত কৰে। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিনৰ অবিৰত সেৱাৰ অভিলেখ স্থাপন কৰি তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে একেৰাহে ৪,৩৯৮ দিন কাৰ্যনিৰ্বাহ কৰা শ্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰে। প্ৰস্তাৱটোত কোৱা হৈছে যে এই উপলক্ষ্যটো ভাৰতৰ গণতান্ত্ৰিক চেতনা, জনসাধাৰণৰ বিশ্বাস আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিৰ প্ৰতীক হিচাপে থিয় দিছে, যি 'ৰাষ্ট্ৰ প্ৰথম' সংকল্পৰ দ্বাৰা পৰিচালিত এগৰাকী নেতাক জনসাধাৰণে প্ৰদান কৰা অভূতপূৰ্ব সমৰ্থনক প্ৰতিফলিত কৰে।শ্বহীদ দিৱসত ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
June 09th, 01:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে যুঁজ দিছিল।সকলো জীৱৰ কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় সন্দৰ্ভত ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
June 08th, 08:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য বজাই ৰাখি সকলো জীৱৰ কল্যাণ সাধন কৰাটোৱেই হৈছে আমাৰ সংস্কৃতিৰ মূল চেতনা।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।ৰাজ্য প্ৰতিষ্ঠা দিৱসত তেলেংগানাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
June 02nd, 09:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
May 31st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা অহিল্যাবাই হোলকাৰৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।গোৱাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
May 30th, 08:36 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।ফলাফলৰ সবিশেষঃ চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিক’ছ ক্ৰিষ্টোড’লিডেছৰ ভাৰত ভ্ৰমণ
May 22nd, 04:11 pm
সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তিচাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি
May 22nd, 01:00 pm
ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব শক্তিশালী আৰু ভৱিষ্যমুখী। গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত গঢ়ি উঠা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ আধাৰ। আমি সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাইছো। ভাৰত এই নীতিসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু ভৱিষ্যতেও দায়বদ্ধ হৈ থাকিব।আমাৰ মাতৃভূমিৰ পৱিত্ৰ ঐতিহ্যৰ ওপৰত আলোকপাত কৰি তথা সাৰ্বজনীন সমৃদ্ধিৰ বাবে প্ৰাৰ্থনাৰে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 21st, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে আমাৰ মাতৃভূমি হৈছে আধ্যাত্মিক অনুশীলন আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সাৰ্বজনীন কল্যাণৰ পৱিত্ৰ ভূমি। শ্ৰী মোদীয়ে এই বুলি আশা প্ৰকাশ যে মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।